![]()
ৰাজ্যত আই এ এছ বিষয়া সাল সলনি সম্পন্ন কৰা হৈছে।
👉🏻 আই এ এছ অৰ্চনা বৰ্মাক নেছনেল ৱাটাৰ মিছনৰ মিছন ডাইৰেক্টৰ হিচাপে নিযুক্তি প্ৰদান
👉🏻 আই এ এছ ড° আশিষ কুমাৰ ভূটানীক অতিৰিক্ত টাৰ্ণফৰমেশ্যন এণ্ড ডেভেলপমেন্ট হিচাপে নিযুক্তি প্ৰদান
👉🏻 আই এ এছ ৰাহুল কুমাৰ গুপ্তাক ছীফ চেক্ৰেটাৰীৰ ষ্টাফ অফিচাৰ হিচাপে নিযুক্তি প্ৰদান
👉🏻 আই এ এছ সিদ্ধাৰ্থ সিঙক টাৰ্ণচফৰমেশ্যন ডেভেলপমেন্টত কমিচনাৰ এণ্ড চেক্ৰেটাৰী হিচাপে নিযুক্তি প্ৰদান
👉🏻 আই এ এছ তেজ প্ৰসাদ ভূষালকৰ এগ্ৰিকালছাৰ ডিপাৰ্টমেন্টৰ অতিৰিৰ্ত সম্পাদক হিচাপে নিযুক্তি প্ৰদান
👉🏻 আই এ এছ ভাৰত ভূষণ দেৱক এ পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান
👉🏻 আই এ এছ এম এৰিজ আহমেদক চীফ চেক্ৰিটেৰী হিচাপে নিযুক্তি প্ৰদান













