![]()
বৰঝাৰ বিমানবন্দৰত বিষাক্ত সাপ। বিমানবন্দৰৰ এৰাইভেলত লাগেজ বেল্টৰ ওচৰত কৰ্মচাৰী এগৰাকীক।দংশন কৰে বিষাক্ত সাপটোৱে।
কৰ্মচাৰী গৰাকীৰ নাম মণ্টু বৈশ্য। দংশনৰ পিছতেই তেওঁক আজাৰা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশেষত উদ্ধাৰ কৰা হৈছে সাপডালক।

© 2020 Assam Times Post. | Powered By Webx