ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

ড° হিমন্ত বিশ্ব শৰ্মাই জ্যোতি চিত্ৰবনত মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাবঃ

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
August 22, 2022
Reading Time: 1 min read
A A
0
ড° হিমন্ত বিশ্ব শৰ্মাই জ্যোতি চিত্ৰবনত মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাবঃ

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

অসমৰ চলচিত্ৰ জগতখনত নতুনত্ব প্ৰদান কৰাৰ উদ্দেশ্যৰে সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাহিলিপাৰস্থিত জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা এটা অডিঅ’-ভিজুৱেল হাবৰ শুভ উদ্বোধন কৰে।এই অডিঅ’-ভিজুৱেলটোৱে অনাগত দিন চলচিত্ৰ নিৰ্মাতা সকলক বহু পৰমাণে উপকৃত কৰিব।

জ্যোতি চিত্ৰবনত মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাবঃকিয়নো, নিৰ্মাতাসকলে পোষ্ট প্ৰডাকশ্যনৰ বাবে মুম্বাই অথবা চেন্নাইলৈ নগৈ ডাবিংকে ধৰি সকলো বোৰ কাম জ্যোতি চিত্ৰবনৰ এই হাবত সম্পন্ন কৰিব পাৰিব। কেৱল সেয়াই নহয়, এই অডিঅ’- ভিজুৱেল হাব নিৰ্মাণ হোৱাৰ লগে লগে এতিয়া অসমতেই আহি হিন্দী,ইংৰাজী, তামিল, তেলেগুকে ধৰি সকলো ধৰণৰ চলচ্চিত্ৰৰ পোষ্ট প্ৰডাকশ্যনৰ কাম গুৱাহাটীতে সম্পন্ন কৰিব পাৰিব।

মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাবঃপ্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই অডিঅ’-ভিজুৱেল হাব মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অৱদান সমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে কয় যে, “জ্যোতি চিত্ৰৱনত এতিয়ালৈকে ৫০০ খনৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।

১৫০০ খন শ্ৰব্য চিডি, ২০০০ খন ভিডিঅ’ এলবাম আৰু ৫০০ খন তথ্য চিত্ৰ নিৰ্মাণ কৰা হৈছে।” আগলৈ কয় যে, “৭০ বিঘা মাটিত থকা জ্যোতি চিত্ৰৱনৰ সামগ্ৰিক উন্নয়ণৰ বাবে মাষ্টাৰ প্লেন তৈয়াৰ কৰিব লাগিব। এই ক্ষেত্ৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ জ্যোতি চিত্ৰৱনত ১৫০০ মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও অনুমোদন দিয়ে।”

উল্লেখ্য যে, চৰকাৰে লাচিত বৰফুকনৰ পৰাক্ৰমৰ ওপৰত এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিব বুলি উল্লেখ কৰে। অসমৰ চলচিত্ৰক বহু ভাষিক কৰাৰ আহ্বান জনাই গুৱাহাটীত আন কেইবাটাও প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব বুলি উল্লেখ কৰে ড° হিমন্গ বিশ্ব শৰ্মাই।

তেওঁ কয় যে, “খানাপাৰাত ৫ হাজাৰ দৰ্শক বহিব পৰাকৈ এক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ লগতে মাছখোৱাৰ আই টি এ প্ৰকল্প পুনৰ নতুনকৈ গঢ়ি তুলিবলৈ চিন্তা চৰ্চা কৰা হৈছে। ইতিমধ্যে এই সম্পৰ্কে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।”মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত চলচ্চিত্ৰ নীতি নতুন ধৰণে কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ বিদ্যা সাগৰ উপস্থিত থাকে ৷

Tags: অডিঅ’-ভিজুৱেল হাবঃ
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি
National-International

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

June 1, 2026
50
Old age Scientific study : ঈশ্বৰৰ সৈতে যুদ্ধত লিপ্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ : বৃদ্ধ বয়সক চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ ২.৪৭ লাখ কোটি টকাৰ বৈজ্ঞানিক অধ্যয়নত মোহৰ
Science

Old age Scientific study : ঈশ্বৰৰ সৈতে যুদ্ধত লিপ্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ : বৃদ্ধ বয়সক চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ ২.৪৭ লাখ কোটি টকাৰ বৈজ্ঞানিক অধ্যয়নত মোহৰ

June 1, 2026
50
Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫
National-International

Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

June 1, 2026
Old age Scientific study : ঈশ্বৰৰ সৈতে যুদ্ধত লিপ্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ : বৃদ্ধ বয়সক চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ ২.৪৭ লাখ কোটি টকাৰ বৈজ্ঞানিক অধ্যয়নত মোহৰ

Old age Scientific study : ঈশ্বৰৰ সৈতে যুদ্ধত লিপ্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ : বৃদ্ধ বয়সক চিৰদিনৰ বাবে নিৰ্মূল কৰিবলৈ ২.৪৭ লাখ কোটি টকাৰ বৈজ্ঞানিক অধ্যয়নত মোহৰ

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx