ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 22, 2022
Reading Time: 1 min read
A A
0
ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দাবী কংগ্ৰেছৰ। অহা বছৰৰ আৰম্ভণিতে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। কংগ্ৰেছ নেতৃত্বকে ধৰি বিৰোধী দলৰ ওপৰত বিজেপিয়ে নিৰন্তৰ আক্ৰমণ চলাই থকাৰ অভিযোগ উত্থাপন কৰি আজি কংগ্ৰেছে তাৎক্ষণিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দাবী জনায়।

ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:উল্লেখ্য, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তৃণমূলৰ পৰা কংগ্ৰেছলৈ পলায়ন কৰাৰ পিছত সুদীপ ৰায়বৰ্মনে কেইবাবাৰো আক্ৰমণৰ সন্মুখীন হৈছে। ইতিমধ্যে আগৰতলাৰ পৰা কংগ্ৰেছৰ টিকটত উপ-নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছে সুদীপ।

এসপ্তাহ পূৰ্বে তেওঁক পুনৰ আক্ৰমণ কৰা হৈছিল। আগৰতলাস্থিত ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যালয়টো বিজেপি কৰ্মীয়ে ভাঙি-ছিঙি পেলোৱাৰ অভিযোগ কংগ্ৰেছৰ। আজি AICC ত ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত নেতা অজয় ​​কুমাৰে দাবী কৰে যে বিজেপিশাসিত ত্ৰিপুৰাত এতিয়া ‘ছুপাৰ জংঘলৰাজ’ চলি আছে। কংগ্ৰেছে সেয়েহে ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে। কাৰণ এনেদৰে বিৰোধী নেতাসকলৰ প্ৰাণ বিপন্ন কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি।

উল্লেখ্য, সুদীপ ৰায়বৰ্মনৰ পিতৃ সমীৰঞ্জন বৰ্মন আছিল ত্ৰিপুৰাৰ শেষৰজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হয় আৰু ১৯৯৩ চনত ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। সেই নিৰ্বাচনত ত্ৰিপুৰাত বামফ্ৰণ্ট ক্ষমতালৈ আহে। সমীৰঞ্জনৰ পুত্ৰ সুদীপে আজি নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে।

তেওঁৰ যুক্তি, “ত্ৰিপুৰাত বিজেপি ক্ষমতালৈ অহাৰ পিছত যোৱা ৫২ মাহত ৬০৪টা হত্যাকাণ্ড সংঘটিত হৈছে। গড়ে প্ৰতিমাহে ১১তকৈ অধিক। ৰাজনৈতিক কাম কৰাৰ স্বাধীনতা নাই। মোক সাতবাৰ আক্ৰমণ কৰা হৈছে। মই আজি দিল্লীত আছো। কাইলৈ ​​ত্ৰিপুৰালৈ উভতি অহাৰ পিছত মই জীয়াই থাকিমনে নাই সেয়াও নাজানো।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Tripuraত্ৰিপুৰা
Share4Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d