ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰত্নাকৰ, কাঞ্চনজংঘাৰ ৰেকৰ্ড ভাঙিবলৈ প্ৰস্তুত অসমীয়া ছবিঃ “প্ৰতিঘাত”-

Staff Reporter by Staff Reporter
October 30, 2019
Reading Time: 1 min read
A A
0
ৰত্নাকৰ, কাঞ্চনজংঘাৰ ৰেকৰ্ড ভাঙিবলৈ প্ৰস্তুত অসমীয়া ছবিঃ “প্ৰতিঘাত”-

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

দীৰ্ঘদিনৰ পৰাই চলচিত্ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা অসম সন্তান অচিন্ত শংকৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ছবি “প্ৰতিঘাত”। যোৱা ২৯ অক্টোবৰ তাৰিখে গুৱাহাটী স্থিত শ্ৰদ্ধাঞ্জলী কাননত আনুষ্ঠানিকভাৱে ছবিখনৰ পোষ্টাৰ, টিজাৰ আৰু সংগীত মুকলি সভাৰ আয়োজন কৰা হয়।

73144605 2563457747040628 6646721074656444416 n 2 | ASSAM TIMES POST

নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখনক শুভেচ্ছা জনোৱাৰ লগতে আশীবাৰ্দ দিবলৈ অভিনেত্ৰী মঞ্জুলা বৰুৱাকে ধৰি চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰা, মৃদুল গুপ্তা, সঞ্জীৱ হাজৰিকা, ৰতন শীল শৰ্মা, মনি সিনহা, সংগীত পৰিচালক পুলক বেনাৰ্জী, জনপ্ৰিয় অভিনেতা যতীন বৰুৱা, জুবিনৰ পত্নী ও প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ তথা গায়ক দীক্ষু তথা গায়িকা গীতালী আদি কেইবাগৰাকীও অসমৰ জনপ্ৰিয় শিল্পীৰ লগতে উপস্থিত থাকে সংবাদ মাধ্যমৰ সৈতে জড়িত বিশিষ্ট সাংবাদিকো।

https://www.instagram.com/p/B4NfvoOBdO1/?utm_source=ig_embed

চলিত বৰ্ষৰ ৬ ডিচেম্বৰ তাৰিখে মুক্তি হ’বলগীয়া “প্ৰতিঘাত” ক লৈ অনুষ্ঠানখনত উপস্থিত প্ৰত্যেকজন অসমীয়া কলা-কুশলীৰ লগতে সাধাৰণ ৰাইজ আশাবাদী। নৱেম্বৰ মাহৰ ১৫ তাৰিখৰ পৰাই সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ “প্ৰতিঘাত” ৰ প্ৰচাৰ আৰম্ভ কৰিব ছবিখনৰ কলা-কুশলী

https://youtu.be/I0j_LYTHM9M

ছবিখনৰ সংগীতত কন্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দিগন্ত ভাৰতী, পৰাণ বৰকটকী আৰু ৰাহুল বৰকটকীয়ে। ছবিখনৰ প্ৰযোজক হৈছে নৰেন্দ্ৰ এন সিনহা আৰু নলিনী ৰয় গয়াৰী।

source ; https://rupaliparda.com/archives/7422

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: amrita gogoiassamese filmassamese move
Share5Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
ADVERTISEMENT
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

August 25, 2026
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d