ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

বানত ক্ষতিগ্ৰস্ত গোলাঘাটৰ ১০৯ খন গাঁওঃ জলমগ্ন পাঁচ হাজাৰ হেক্টৰ কৃষি ভূমিঃ ১১৫ টা আশ্ৰয় শিবিৰত দিন কটাইছে আঢ়ৈ হাজাৰ বানাক্ৰান্তই

ASSAM TIMES POST by ASSAM TIMES POST
July 15, 2019
Reading Time: 1 min read
A A
0
বানত ক্ষতিগ্ৰস্ত গোলাঘাটৰ ১০৯ খন গাঁওঃ জলমগ্ন পাঁচ হাজাৰ হেক্টৰ কৃষি ভূমিঃ ১১৫ টা আশ্ৰয় শিবিৰত দিন কটাইছে আঢ়ৈ হাজাৰ বানাক্ৰান্তই

ASSAM TIMES POST,গোলাঘাটঃ নেৰানেপেৰা প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ৰাজ্যৰ অন্যান্য উপনৈসমূহৰ লগতে ধনশিৰিৰ জলপৃষ্ঠ বিপদসীমা অতিক্রমী ফেন ফুটুকাৰে ওফন্দি সম্প্ৰতি প্লাৱিত কৰিছে গোলাঘাট জিলাৰ অন্তৰ্গত চাৰিটা ৰাজহ চক্ৰ কাৰ্যালয়ৰ মুঠ ১০৯ খনকৈ গাঁও৷ নৈপৰীয়া ৰাইজৰ ঘৰ, বাৰী, খেতিপথাৰ, ধানৰ ভঁৰাল বানপানীত ডুব যোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুৰ ব্যাপক ক্ষতি হৈছে৷ বৰ্তমানৰলৈকে জিলাখনৰ ১০৯ খন গাঁৱৰ মুঠ ১১৯১৭৯ জন লোক বানৰ কৱলত পৰাৰ বিপৰীতে ৫০৭০ হেক্টৰ কৃষি ভূমি এই বানত বুৰ গৈছে৷

RELATED POSTS

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

flood | ASSAM TIMES POST

ইয়াৰে ১৫ টা আশ্ৰয় শিবিৰত প্ৰায় আঢ়ৈ হাজৰোধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি জনা গৈছে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশই পানীত বুৰ যোৱাত উদ্যানখনৰ বন্যপ্ৰাণী সমূহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা বন্যপ্ৰাণীসমূহ বানৰ কৱলৰ পৰা হাত সাৰিবলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ কাৰ্বি আংলং দিশে গতি কৰোঁতে তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ গৈছে সুগৰী পহু, হৰিণৰ। উল্লেখযোগ্য যে জিলাখনৰ গোলাঘাট ৰাজহ চক্ৰৰ কপোহুৱাটিং, বকলাই, মাউত গাঁও, খাৰজান, বকতিয়াল বচা গাঁও, ভাটৌবাৰীৰ লগতে বোকাখাট ৰাজহ চক্ৰৰ ৬৭ খুমটাই ৰাজহ চক্ৰৰ ২৩ দেৰগাঁও ৰাজহ চক্ৰৰ ১৮ খন ৰাজহ গাঁও এই বানত বুৰ গৈছে ।

Share4Tweet3Send

Related Posts

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী
EXCLUSIVE

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

by News Desk
November 22, 2022
50
দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন
EXCLUSIVE

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

by News Desk
October 11, 2022
50
আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক
ALL NEWS

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

by Staff Reporter
July 11, 2021
50
বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?
ALL NEWS

বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

by News Desk
October 29, 2020
50
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
50
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক
ALL NEWS

ডিলাইত চুৰি ফৰ্চুনাৰ গাড়ীসহ এটা চোৰ আটক:

by Staff Reporter
February 25, 2020
50
ADVERTISEMENT
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx