ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পূৰ্বতে নকৰা এটা চৰিত্ৰ ৰূপায়ন কৰিব বৰষা ৰাণী বিষয়াইঃ

Staff Reporter by Staff Reporter
October 30, 2019
Reading Time: 1 min read
A A
0
পূৰ্বতে নকৰা এটা চৰিত্ৰ ৰূপায়ন কৰিব বৰষা ৰাণী বিষয়াইঃ

RELATED POSTS

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

ৰত্নাকৰ” ত কৰা অভিনয়ৰ যোগেৰে আকৌ অসমীয়া দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী বৰষা ৰাণী পুনৰ বাৰ ব্যস্ত পৰিছে তেওঁৰ আগন্তুক ছবিৰ শ্বুটিঙত। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঘটনা-পৰিঘটনাৰে নিৰ্মিত ছবি “গুৱাহাটী ডায়েৰীজ” ত দেখিবলৈ পোৱা যাব বৰষা ৰাণী বিষয়াক।

74642764 1685007754968199 1237880208957349490 n1 | ASSAM TIMES POST

প্ৰশান্ত শইকীয়াৰ কাহিনী তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখনত বৰষা ৰাণীয়ে পূৰ্বতে কেতিয়াও নকৰা এটা চৰিত্ৰ ৰূপায়ন কৰিব আৰু এই কথাৰ প্ৰমাণ তেওঁ নিজেই কৰা পোষ্ট যোগে দৰ্শকক জানিবলৈ দিয়ে।

WhatsApp Image 2019 10 29 at 12.44.46 PM 1 | ASSAM TIMES POST

https://www.instagram.com/p/B4LH1GaBTSE/?utm_source=ig_web_copy_link

ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি হোৱাৰ লগতে ছবিখনৰ শ্বুটিঙো কেইবাদিনৰ আগৰ পৰাই আৰম্ভ হৈ পৰিছে। ছবিখনত বৰষা ৰাণী বিষয়াৰ লগতে অভিনয় কৰিছে উৰ্মিলা মহন্ত, উদয়ন দুৱৰা,নাজ চুলতানা,মনিষা হাজৰিকা, অঘ্ৰদীপ বৰুৱা, ৰাজীৱ লাল বৰুৱা, মিন্টু বৰুৱা, হেমন্ত দেৱনাথ আৰু কমল লোচনে।

s0urce; https://rupaliparda.com/archives/7398

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assamese movicassamese song
Share5Tweet3Send

Related Posts

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ
National-International

by News Desk
October 20, 2026
52
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি
National-International

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

by News Desk
October 20, 2026
51
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ
National-International

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

by News Desk
October 20, 2026
51
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

by News Desk
October 20, 2026
50
Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ
National-International

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

by News Desk
October 19, 2026
51
ADVERTISEMENT
Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ
National-International

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

October 20, 2026
52
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি
National-International

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

October 20, 2026
51
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ
National-International

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

October 20, 2026
51
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত
National-International

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

October 20, 2026
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

October 20, 2026
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

October 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d