ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত মনোনয়ন দাখিল দ্ৰৌপদী মুৰ্মুৰ:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 24, 2022
Reading Time: 1 min read
A A
0
দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত মনোনয়ন দাখিল দ্ৰৌপদী মুৰ্মুৰ:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

আজি দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে ওডিশাৰ এগৰাকী জীয়ৰী।শুকুৰবাৰে তেওঁ নতুন দিল্লীত দাখিল কৰে মনোনয়ন-পত্ৰ। পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকীৰ বিজয়ৰ বাবে সমগ্ৰ ওডিশাত প্ৰাৰ্থনা চলিছে৷

ৰাষ্ট্ৰপতি পদত মনোনয়ন দাখিল দ্ৰৌপদী মুৰ্মুৰ
ওডিশাৰবাসীয়ে ঘৰৰ জীয়ৰীক দেশৰ ৰাষ্ট্ৰপতি হিচাপে চাব বিচাৰে। এনডিএৰ বিৰোধী শিবিৰ হোৱাৰ পিছতো ওডিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘৰৰ জীয়ৰীক সম্পূৰ্ণ সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে।

#WATCH | NDA's candidate for Presidential election Droupadi Murmu arrives at Parliament for filing her nomination pic.twitter.com/t7gwk0fnwL

— ANI (@ANI) June 24, 2022

RELATED POSTS

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

Will the Andhra Governor Become the New Vice President? Find Out!

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

দ্ৰৌপদী মুৰ্মু। তেওঁৰ ওপৰত এতিয়া ওডিশাবাসীৰ আশা-আকাংক্ষা। উল্লেখ্য যে দ্ৰৌপদীয়ে শ্ৰী অৰবিন্দ অখণ্ড শিক্ষা আৰু গৱেষণা কেন্দ্ৰত শিক্ষকতা কৰিছিল।
তেওঁ ১৯৯৪-৯৬ চনলৈ ওডিশাৰ ৰাইৰাংপুৰস্থিত শ্ৰী অৰবিন্দ বিদ্যালয়ত শিক্ষকতা কৰিছিল।

মনোনয়ন দাখিল দ্ৰৌপদী মুৰ্মুৰ১৯৯৬ চনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে ৷ সকলোৰে প্ৰিয় দ্ৰৌপদীয়ে শিক্ষকতা এৰি ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে তাৰ পিছত তেওঁৰ ৰাজনৈতিক জীৱনত ইটোৰ পিছত সিটো সফলতা আহে। পৰৱৰ্তী সময়ত ওডিশাৰ ৰাজ্যপাল হয়।

Tags: দ্ৰৌপদী মুৰ্মু
Share4Tweet3Send

Related Posts

Why Three Parties Chose to Abstain from Vice Presidential Voting
Political

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

by ASSAM TIMES POST
September 9, 2025
50
Will the Andhra Governor Become the New Vice President? Find Out!
Political

Will the Andhra Governor Become the New Vice President? Find Out!

by ASSAM TIMES POST
August 7, 2025
50
Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage
Political

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

by ASSAM TIMES POST
March 21, 2025
50
Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’
Political

Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’

by ASSAM TIMES POST
February 9, 2025
50
Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles
Political

Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles

by ASSAM TIMES POST
February 8, 2025
50
Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy
Political

Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy

by ASSAM TIMES POST
December 17, 2024
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx