ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বন্ধুৰ পৰা বন্দুক লৈ উল্লাসত মতলীয়া দৰা : পিছে দৰাৰ গুলীতে মৃত্যু বন্ধুৰ!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 24, 2022
Reading Time: 1 min read
A A
0
বন্ধুৰ পৰা বন্দুক লৈ উল্লাসত মতলীয়া দৰা : পিছে দৰাৰ গুলীতে মৃত্যু বন্ধুৰ!

RELATED POSTS

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

বিয়াৰ আনন্দৰ মুহূর্ত শোকৰ ছাঁলৈ সলনি হ’ল। বন্ধুৱে চলোৱা গুলীত মৃত্যু হ’ল আন এজন বন্ধুৰ। ঘটনাটি উত্তৰ প্রদেশৰ সোনভদ্রৰ ।ঘোঁৰাৰ গাড়ীত উঠি বিয়া কৰাব গৈছিল মণীষ মদেশিয়া নামৰ এজন যুৱকে ।

বন্দুক লৈ উল্লাসত মতলীয়া দৰা
তেওঁৰ গাড়ীৰ চাৰিওফালে বৰযাত্ৰীয়ে ঘেৰি আছিল। বিয়াৰ মুহূর্ত উদ‌্‌যাপন কৰাৰ বাবে হাতত দেশীয় বন্দুক তুলি লয় মণীষে।

https://twitter.com/BhokaalRahul/status/1539850001165058049?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1539850001165058049%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fgroom-killed-friend-as-he-shot-fire-in-air-for-marriage-celebration-dgtl%2Fcid%2F1352397

তাৰপিছত শূন্যলৈ গুলীচালনা কৰে । কিন্তু সকলোৱে বিয়াৰ আনন্দত মতলীয়া হৈ থাকোতেই মণীষৰ গুলীৰ লগতে হঠাৎ ভিৰৰ মাজত এজন ব্যক্তি মাটিত ঢালি পৰা দেখা যায়।

আকস্মিকভাৱে ঘটা এই ঘটনাই সকলোকে থতমত খুৱাই দিলে। কেনেকৈ কি হ’ল ততকেই ধৰিব নোৱাৰিলে উপস্থিত বৰযাত্রীয়ে । তাৰপিছত দেখা গ’ল গুলীবিদ্ধ হৈছে এজন ব্যক্তি। তেওঁক হস্পিটেললৈ লৈ যোৱাত চিকিৎসকে মৃত ঘোষণা কৰে ।

আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ নাম বাবুলাল যাদব। তেওঁ মণীষৰ বন্ধু আছিল। যি বন্দুকেৰে শূন্যলৈ গুলীচালনা কৰিছিল মণীষে, সেই বন্দুকটি বাবুলালৰেই আছিল। মৃতকৰ পৰিয়ালে মণীষৰ বিৰূদ্ধে হত্যাৰ অভিযোগ দাখিল কৰে। তাৰ পিছত গ্ৰেপ্তাৰৰ কৰা হয় মণীষক ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: মৃত্যু
Share5Tweet3Send

Related Posts

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

by ASSAM TIMES POST
October 18, 2026
50
Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী
National-International

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

by News Desk
October 16, 2026
53
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ
National-International

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

by News Desk
October 16, 2026
51
CJP Protest : চিজেপিৰ ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী কাৰ্যসূচী আজি, দিল্লীত কটকটীয়া নিৰাপত্তা
National-International

CJP Protest : চিজেপিৰ ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী কাৰ্যসূচী আজি, দিল্লীত কটকটীয়া নিৰাপত্তা

by News Desk
October 16, 2026
51
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

by News Desk
October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

by News Desk
October 15, 2026
51
ADVERTISEMENT
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
50
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

October 18, 2026
50
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

October 18, 2026
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

October 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d