ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত বন বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন : ৰাইজৰ মাজত গছপুলি বিতৰণ

ছাইদুল ইছলামঃ ডিফু

News Desk by News Desk
June 5, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু লৰুলাংছৰ ছানডে মাৰ্কেট আৰু ৰংখেলান বজাৰত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ এই উপলক্ষে প্ৰথমতে লৰুলাংছ মাৰ্কেটৰ ছানডে মাৰ্কেটত পিচিচিএফ বিপিন কুমাৰ ৱানচালৰাৰু জিলা বনবিষয়া জগন্নাথ ৰংপিৰ উপস্থিতিত বিনামূলীয়া বহু মূল্যৱান গছ পুলি বিতৰণ কাৰ্যসূচীৰ ফিতা কাটি শুভাৰম্ভ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল শইকীয়াই ৷

স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াআজি ডিফুৰ লৰুলাংছ আৰু ৰংখেলানত অগৰু, চন্দন, জামু, কঠাল, দেৱদাৰুকে ধৰি বহু মূল্যৱান গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰা দেখা যায়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই কয় যে, প্ৰকৃতিৰ অসামঞ্জস্য ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰথম কাৰ্য হিছাপে গছ পুলি ৰোপণ কৰিব লাগিব ৷ প্ৰকৃতিক ৰক্ষা কৰিবলৈ হলে বিভিন্ন ৰাজহুৱা স্থান, বিভিন্ন প্ৰতিষ্ঠানত বৃক্ষ পুলি ৰোপণৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে ৷

ডিফুত বন বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালনআনহাতে জিলাখনৰ অতিৰিক্ত পিচিচিএফ বিপিন কুমাৰ ৱানচালে কয় যে, কাৰবি আংলঙৰ বন বিভাগে কাৰবি আংলঙক সেউজীয়াকৰণ কৰাৰ মিছন হিছাপে লৈ কাম কৰি আছে ৷ এইলৈ চাৰি-পাঁচটা পৰ্যায়ত মুঠ ৫৪৩খন স্কুল, কলেজ আৰু চৰকাৰী প্ৰতিষ্ঠানতো ২৫টাকৈ বৃক্ষপুলি বিনামূলীয়াকৈ বিতৰণৰ কৰা হৈছে ৷ দ্বিতীয় পৰ্যায়ত সামৰিক বাহনীক এই অভিযানৰ অংশীদাৰ হিচাপেলৈ তেওঁলোককো গছপুলি বিতৰণ কৰে ৷ তৃতীয় পৰ্যায়ত সংগঠন, ক্লাব আৰু সংস্থাসমূহকো সাঙুৰি এই গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰা হয় ৷

Tags: World Environment Dayবিশ্ব পৰিৱেশ দিৱস
Share4Tweet3Send

Related Posts

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx