ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

হায়দৰাবাদত মাৰ্ছিডিজৰ ভিতৰত কিশোৰীক গণধর্ষণ:অভিযুক্ত বিধায়ক পুত্রসহ পাঁচ নাবালক

নিউজ ডেস্কঃ

News Desk by News Desk
June 3, 2022
Reading Time: 1 min read
A A
0
৮ মাহত ৮০ বাৰ ধর্ষণ! ১৩ বছৰীয়া কিশোৰাক উদ্ধাৰ অন্ধ্রপ্রদেশত

RELATED POSTS

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

New Logo Very Smal 1 | ASSAM TIMES POST

বাৰৰ পৰা ঘৰলৈ উভতাৰ পথত এগৰাকী কিশোৰীক এখন মাৰ্ছিডিজৰ ভিতৰত গণধর্ষণ কৰে পাঁচ নাবালকে। হায়দৰাবাদৰ এজন বিধায়ক পুত্রসহ পাঁচজনৰ বিৰুদ্ধে এই অভিযোগ উঠিছে। ঘটনা সংঘটিত হোৱাৰ কেইদিনমান পিছত বুধবাৰে সেয়া প্রকাশ্যে আহে। এই পর্যন্ত অভিযুক্তকেইজনক গ্রেপ্তাৰ কৰিব পৰা নগ’লেও সিহঁতৰ বিৰুদ্ধে পক্সো আইনত গণধর্ষণৰ গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে জনাইছে।

হায়দৰাবাদত মাৰ্ছিডিজৰ ভিতৰত কিশোৰীক গণধর্ষণআৰক্ষী সূত্র মতে, যোৱা শনিবাৰে নিশা জুবিলি হিলছ এলেকাত এখন মাৰ্ছিডিজৰ ভিতৰত পাঁচ নাবালকে মিলি ১৭ বছৰীয়া নাবালিকাগৰাকীক ধর্ষণ কৰাৰ অভিযোগ। চহৰখনৰ অভিজাত এলেকা হিচাবে পৰিচিত জুবিলি হিলছৰ এখন বাৰত শনিবাৰে সন্ধ্যা বন্ধুৰ সৈতে পার্টিলৈ গৈছিল কিশোৰীগৰাকী।

আৰক্ষীৰ ওচৰত কিশোৰাগৰাকীৰ দাবী, পার্টিত এজন ল’ৰাৰ সৈতে তেওঁৰ চিনাকি হয়। ল’ৰাটোৰ সৈতে কেইজনমান বন্ধুও আছিল। নিজৰ বন্ধুবোৰক এৰি উক্ত ল’ৰাটোৰ সৈতে বাৰৰ পৰা ওলাই আহে কিশোৰীগৰাকী।তেওঁৰ দাবী, ল’ৰাজনে তেওঁক ঘৰত থৈ আহিব বুলিও কৈছিল৷ তাৰ পূৰ্বে তেওঁলোক এখন পেষ্ট্ৰি শ্বপলৈও যায়। অভিযোগ, তাৰ পৰা মাৰ্ছিডিজত উঠি যোৱাৰ সময়ত জুবিলি হিলছত তেওঁলোকে গাড়ীখন ৰখায়। তাতেই গাড়ীৰ ভিতৰত এজন এজনকৈ গণধর্ষণ কৰে তেওঁক।

পৰিয়ালৰ দাবী, ঘটনাৰ পিছত ঘৰলৈ উভতি অহাত কন্যাৰ শৰীৰত ক্ষতচিহ্ন দেখা পায় পিতৃয়ে। সেই সময়ত তেওঁ কৈছিল যে পার্টিত কেইজনমান ল’ৰাই তেওঁক আক্রমণ কৰাত এনে ক্ষতৰ সৃষ্টি হৈছে। লগে লগে পৰিয়ালে আৰক্ষীৰ ওচৰত ঘটনাটোৰ অভিযোগ জনাবলৈ যায়। প্রথমে তাত শ্লীলতাহানিৰ ৰিপোর্ট দাখিল কৰিছিল যদিও ঘটনাৰ জবানবন্দী লোৱাৰ সময়ত কিশোৰীগৰাকীয়ে আৰক্ষীৰ ওচৰত গণধর্ষণৰ অভিযোগ কৰে। পিছত নির্যাতিতাৰ শাৰীৰিক পৰীক্ষা কৰায় আৰক্ষীয়ে।

ঘটনাটোত জড়িত হৈ পৰিছে ৰাজ্যখনৰ সংখ্যালঘু বোর্ডৰ অধ্যক্ষ তথা বিধায়ক পুত্রৰ নাম। লগতে পাঁচোজনেই স্কুলৰ ছাত্ৰ বুলি সূত্রৰ খবৰ। বৰ্তমানহ চিচি টিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তকেইজনক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।’’

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Rapeগণধর্ষণবিধায়ক পুত্র
Share5Tweet3Send

Related Posts

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

by News Desk
September 19, 2026
52
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

by News Desk
September 19, 2026
51
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

by News Desk
September 19, 2026
51
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

by News Desk
September 18, 2026
51
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

by News Desk
September 18, 2026
52
TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ
National-International

TATA Sons : পদত্যাগৰ পিছতো টাটাৰ অধ্যক্ষ পদৰ বাবে পুনৰ বিচাৰিছে চন্দ্ৰশেখৰণক, নোৱেলৰ আপত্তি নাকচ

by News Desk
September 18, 2026
51
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d