ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ধনশিৰি মণ্ডল বিজেপিৰ উপসভাপতি অৰুণ দত্ত নিৰ্দলীয় দলত যোগদানক লৈ মণ্ডল বিজেপিৰ সংবাদমেল:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
June 1, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাত্ৰ এক সপ্তাহ দিন বাকী থকাৰ সময়তে পৰিষদখন বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণ থকা অন্যতম ধনশিৰিত দল ত্যাগৰ এক ঘটনাই বিজেপিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি ধনশিৰি পৰিষদীয় সমষ্টি এলেকাৰ মাঞ্জাস্থিত বিজেপি কাৰ্যালয়ত ধনশিৰি মণ্ডল বিজেপিয়ে এক সংবাদমেলৰ আয়োজন কৰি এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি স্পষ্ট কৰে ৷

WhatsApp Image 2022 06 01 at 12.45.50 PM | ASSAM TIMES POSTসংবাদমেলত সদৰি কৰা অনুসৰি বিজেপিৰ ধনশিৰিৰ মণ্ডল বিজেপিৰ উপসভাপতি অৰুণ দত্তই কালি বিজেপি দল ত্যাগ কৰি ধনশিৰি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নিছ’ তেৰাংপীৰ দলত যোগদান কৰি বিজেপি দলৰ বিৰুদ্ধে কেতবোৰ বিষ্ফোৰক অভিযোগ উত্থাপন কৰিছে, সেয়ে তেওঁক বিজেপি দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ধনশিৰি মণ্ডল বিজেপিৰ সভাপতি থমাছ লাক্ৰাই জানিবলৈ দিছে ৷

সংবাদমেলত লাক্ৰাই জনোৱা অনুসৰি অৰুণ দত্তই তেওঁৰ লগত থকা সমষ্টিটোৰ সকলো জাতি-জনগোষ্টী অৰুণ দত্তৰ লগত থকা বুলি কোৱা কথা সম্পূৰ্ণ মিছা ৷ তেওঁ জনোৱা মতে সমষ্টিটোৰ সকলো জাতি-জনগোষ্ঠী বিজেপি দলত অক্ষত হৈ আছে আৰু বিজেপি প্ৰাৰ্থী তিলোত্তমা হাঞ্চুক বিজয়ী কৰোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞ ৷

অৰুণ দত্তই অভিযোগ কৰা অনুসৰি বিজেপি প্ৰাৰ্থী গৰাকী গুৱাহাটীত থকা মানুহ সেয়ে তেওঁক ভোট দিব নালাগে, লগতে বিজেপি ধনশিৰি অবিচি মৰ্চাৰ সভাপতি বিমল সিনহাই কোনোবা মহিলাৰ পৰা বিশ হাজাৰ টকা লোৱাৰো অভিযোগ তুলিছে ৷

এই সমূহ অঙিযোগ মিছা আৰু ষড়যন্ৰ মূলক বুলি আখ্যা দিয়ে মণ্ডল বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি বিমল সিনহা, মণ্ডল বিজেপিৰ সভাপতি থমাছ লাক্ৰা আৰু জিলা বিজেপিৰ কাৰ্যবাহ সদস্য কৃষ্ণ ভট্টৰায়ে ৷ অৰুণ দত্তই কৰা অভিযোগ অনুসৰি বিমল সিনহাই টকা লোৱাৰ কথা প্ৰমাণ কৰিব নোৱাৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব ৷

Tags: BJPবিজেপি
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026
50
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx