ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

এক্সপ্রেছ হাইৱেৰ কাষত শুই থকা শ্রমিককক মহতিয়ালে ট্রাকে! নিহত ৩, আহত ১১

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 19, 2022
Reading Time: 1 min read
A A
0
এক্সপ্রেছ হাইৱেৰ কাষত শুই থকা শ্রমিককক মহতিয়ালে ট্রাকে! নিহত ৩, আহত ১১

RELATED POSTS

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

logo new 2 1 1 4 1 3 5 | ASSAM TIMES POST

গভীৰ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শুই থকা শ্রমিকক মহতিয়ালে বেপৰোৱা ট্রাকে। হাৰিয়ানাৰ ঝজ্জৰত বুধবাৰে নিশা সংঘটিত উক্ত ঘটনাত মৃত্যু হয় ৩ জনৰ। গুৰুতৰভাৱে আহত হৈছে আন ১১ জন।

ঝজ্জৰ জিলা আৰক্ষী সূত্র মতে, হতাহতসকল কুণ্ডলি-মানেছাৰ-পালৱাল এক্সপ্রেছৱে’ পৰিষ্কাৰৰ কামৰ বাবে আহিছিল। দিনভৰ কামৰ শেষত নিশা এক্সপ্রেছৱে’ৰ কাষতে শুই পৰিছিল। গভীৰ নিশা উক্ত ঘাতক ট্রাকখন শুই থকা অৱস্থাতে শ্রমিকসকলৰ ওপৰত উঠে। তাৰ পিছত ৰাস্তাৰ কাষৰ এটি বেৰিকেডত খুন্দা মাৰি বাগৰি পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Accidentশ্রমিক
Share4Tweet3Send

Related Posts

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

by News Desk
September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

by News Desk
September 9, 2026
51
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

by News Desk
September 9, 2026
52

53
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

50
ADVERTISEMENT
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

September 9, 2026
51
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026
52
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

September 9, 2026
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

September 9, 2026
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d