ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

মাঞ্জাত বলেৰ’সহ পথ দুৰ্ঘটনাত হৈ আহত আগছুৰ ৰাজ্যিক সভাপতি :

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
May 15, 2022
Reading Time: 1 min read
A A
0
মাঞ্জাত বলেৰ’সহ পথ দুৰ্ঘটনাত হৈ আহত আগছুৰ ৰাজ্যিক সভাপতি :

RELATED POSTS

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

আজি পুৱাৰ ভাগতে এক ভয়াবহ পথ দুৰ্ঘটনাত আহত হয় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী ৷

পথ দুৰ্ঘটনাপ্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজানৰ পৰা গুৱাহাটী অভিমুখে এএছ 01 ই পি 2151 নম্বৰৰ বলেৰ’ গাড়ীখনলৈ আগছুৰ সভাপতি গৈ থকা অৱস্থাত পুৱা প্ৰায় ৮-৩০ মান বজাত হঠাত নিয়ন্ত্ৰণ হেৰুৱাই ডিলাই মাঞ্জা পথৰ ২১ মাইলৰ ওচৰত বাগৰি খাৱৈত পৰি যায় ৷

 

মাঞ্জাত বলেৰ'সহ পথ দুৰ্ঘটনাত হৈ আহত আগছুৰ ৰাজ্যিক সভাপতিউক্ত দুৰঘটনাৰ ফলত বলেৰ’খনৰ যথেষ্ট ক্ষতি সাধন হোৱাৰ লগতে আগছুৰ সভাপতি অৰ্জুন ছেত্ৰী দুয়োখন ভৰিত আঘাত প্ৰাপ্ত হয় ৷ বৰ্তমান সভাপতি গৰাকী চিকিৎসাধীন বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে আহত অৰ্জুন ছেত্ৰীৰ ঘৰ কামৰূপ জিলাৰ জালুকবাৰীৰ দেটকাটাৰ বাসিন্দা ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অৰ্জুন ছেত্ৰীদুৰ্ঘটনা
Share9Tweet6Send

Related Posts

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
60
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
50
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
50
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d