বোকাজানত হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে ৷আজি পুৱাৰ ভাগতে হাতত কেঁচুৱা লৈ ঘৰৰ পৰা ওলাই আহোঁতে চুলিত ধৰি টানি আনিলে বনৰীয়া হাতীয়ে।
অন্যহাতে তিনি বছৰীয়া কণমানিজনীক সংকটজনক অৱস্থাত ডিমাপুৰ প্ৰেৰণ কৰা হৈছে।বোকাজানৰ ঘৰীয়ালডুবিত সংঘটিত হৈছে এই কৰুণ ঘটনা।
ৰমেশ ওৰাং নামৰ লোকজনৰ বাৰীত কঁঠাল খাই আছিল বনৰীয়া হাতীটোৱে।হাতী দেখি কুকুৰে ভোকাত পত্নী মামনি ওৰাং আৰু তিনিবছৰীয়া কন্যা বৰষা ওৰাং লৈ ওলাই আহোঁতে চুলিত ধৰি আজুৰি আনে।