ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

অভিযোগৰ প্ৰতিশোধ! টিউচনৰ পৰা উভতাৰ পথত কিশোৰীক ধর্ষণ ৫ ছাত্রৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 5, 2022
Reading Time: 1 min read
A A
0
৮ মাহত ৮০ বাৰ ধর্ষণ! ১৩ বছৰীয়া কিশোৰাক উদ্ধাৰ অন্ধ্রপ্রদেশত

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

কোচিং ক্লাছত তেওঁক প্ৰায়েই বিৰক্ত কৰে পাঁচ সহপাঠীয়ে। বিষয়টি পিতৃ-মাতৃক জনাইছিল কিশোৰীগৰাকীয়ে। তাৰ পিছত তেওঁলোকে শিক্ষকৰ ওচৰত ঘটনাটি জনায়। কিছুদিন পঢ়িবলৈ যোৱাটোও বন্ধ কৰি দিছিল। পিছত শিক্ষকে বিষয়টি সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়াত পুনৰ কোচিং ক্লাছলৈ যাবলৈ আৰম্ভ কৰে কিশোৰীগৰাকীয়ে। বিহাৰৰ জামুইৰ ঘটনা এইটো।

কিশোৰীক ধর্ষণ আৰক্ষী সূত্ৰ মতে, ছাত্ৰ কেইজনৰ বিৰুদ্ধে অভিযোগ দিয়াত ক্ষুব্ধ হৈছিল তেওঁলোক। তলে তলে তেওঁলোকে ছাত্রীগৰাকীক ধর্ষণৰ পৰিকল্পনা কৰে। বুধবাৰে টিউচনৰ পৰা উভতিছিল কিশোৰীগৰাকী। অভিযোগ, ৰাস্তাত তেওঁক আগছি ধৰে উক্ত পাঁচজন ছাত্রই। তাৰ পিছত তেওঁক জোৰ কৰি কাষৰ এখন হাবিলৈ নি গণধর্ষণ কৰে।

টিউচনৰ পৰা উভতাৰ পথত কিশোৰীক ধর্ষণ এই ঘটনাৰ পিছতেই পাঁচ ছাত্রৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ দাখিল কৰে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে। তাঁদের অভিযোগৰ ভিত্তিত পাঁচ ছাত্রক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হস্পিটেলত চিকিৎসা চলিছে কিশোৰীগৰাকীৰ।

Tags: Rapeকিশোৰীক ধর্ষণ
Share4Tweet3Send

Related Posts

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

by News Desk
August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

by News Desk
August 6, 2026
50
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল
National-International

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

by News Desk
August 5, 2026
50
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

by News Desk
August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
ADVERTISEMENT
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT