ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাস্হলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
April 25, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST
কাৰ্বি আংলং জিলাৰ লৰিংথেপিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভালৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সোমবাৰে পুনৰ সভাস্হলী পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে সোমবাৰে বিয়লি কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা আৰু যোগেন মহন, উপাধ্যক্ষ ডা: নোমল সহ হেলিকপ্টাৰেৰে লৰিংথেপিত উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।

পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰঅহা আঠাইশ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সভাস্হলী পৰিদৰ্শন কৰাৰ লগতে সকলো বিলাক ব্যৱস্থাৰ বুজ লয় মুখ্য মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শন কালত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড: তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে, বিধায়কদ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাং। সভাস্হলী পৰিদৰ্শনৰ অন্তত এক পৰ্যালোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী।

RELATED POSTS

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

সভাস্হলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

অন্যহাতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই কয়যে প্ৰধানমন্ত্ৰী ভ্ৰমণক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উমৈহতীয়া প্ৰচেষ্ঠাত সভাৰ প্ৰস্তুতি সুন্দৰকৈ কৰা হৈছে ৰাইজে এখন ভাল সভা চাব পাৰিব বুলি কয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাস্হলী আনহাতে পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহনে কয় যে, প্ৰধান মন্ত্ৰীৰ সভাকলৈ কাৰবি আংলংপাসীৰ মাজত উৎসাহ আৰু উদ্যম তুংগত আছে৷ ইয়াৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ পূৰ্বৰ সভা সমূহকো চেৰ পেলাব বুলি তেওঁ আশাবাদী ৷

Tags: HIMANTA BIWA SARMAহিমন্ত বিশ্ব শৰ্মাৰ
Share4Tweet3Send

Related Posts

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx