ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle

লিভ-ইন সম্পর্কৰ বাবেই সমাজত বৃদ্ধি পাইছে যৌন অপৰাধ, মন্তব্য মধ্যপ্রদেশ হাইকোর্টৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 20, 2022
Reading Time: 1 min read
A A
0
লিভ-ইন সম্পর্কৰ বাবেই সমাজত বৃদ্ধি পাইছে যৌন অপৰাধ, মন্তব্য মধ্যপ্রদেশ হাইকোর্টৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

বিবাহ বন্ধনত আবদ্ধ হোৱাৰ পূৰ্বে সঙ্গীৰ সৈতে ভালদৰে পৰিচিত হোৱাৰ বাবে লিভ-ইন সম্পর্কত বহুতেই থাকে। কোনো কোনোৱে কেইবছৰমান লিভ-ইন সম্পর্কত থকাৰ পিছত বিয়াৰ পৰিকল্পনা আৰম্ভ কৰে। কিছু ক্ষেত্রত আকৌ লিভ-ইনৰ পিছত সম্পর্ক ভাঙিও যায়।

লিভ-ইন সম্পর্কস্বাভাবিকভাবেই লিভ-ইন সম্পর্কত থকাৰ সময়ত যৌন সম্পৰ্কও স্থাপন কৰে অধিকাংশই। ভাৰতত লিভ-ইন সম্পর্ক বা বিবাহ অবিহনে একেলগে বসবাসৰ অনুমতি আছে। আৰু ইয়াৰ পৰাই সমাজত জন্ম লৈছে যৌন অপৰাধ!

বৃদ্ধি পাইছে যৌন অপৰাধধর্ষণৰ অভিযোগৰ ভিত্তিত এই মন্তব্য কৰিছে মধ্যপ্রদেশ হাইকোৰ্টে। ন্যায়াধীশ সুবোধ অভ্যঙ্কৰে এগৰাকী মহিলাক ধর্ষণৰ অভিযোগত ২৫ বছৰীয়া এজন যুৱকৰ আগতীয়া জামিনৰ আবেদন নাকচ কৰি এই মন্তব্য কৰে। তেওঁৰ বক্তব্য, লিভ টুগেদাৰৰ কাৰণে সমাজত যৌন অপৰাধ বৃদ্ধি পাইছে। ভাৰতীয় সংস্কৃতিৰ অৱমাননা কৰি অশ্লীল আচৰণ প্রচাৰ কৰে আৰু যৌন অপৰাধৰ জন্ম দিয়ে এই ধৰণৰ সম্পর্কই।

বৃদ্ধি পাইছে যৌন অপৰাধ

সূত্রৰ খবৰ মতে, মহিলাগৰাকী তেওঁৰ প্রেমিকৰ সৈতে লিভ-ইন সম্পর্কত আছিল। দুবাৰ তেওঁ গর্ভৱতী হৈছিল। কিন্তু প্রেমিকৰ হেঁচাত ভ্রূণ নষ্ট কৰিবলৈ বাধ্য হয় তেওঁ। ইয়াৰ পিছতেই সম্পর্ক ভংগ কৰি অন্য এজনৰ সৈতে বাগদান কৰে মহিলাগৰাকীয়ে। তাৰ পিছতেই মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে যুৱকজনে।

লিভ-ইন সম্পর্কআনকি হ’বলগীয়া স্বামীগৃহলৈও মহিলাগৰাকীৰ সৈতে ঘনিষ্ঠ মুহূর্তৰ ভিডিও পঠাই আত্মহত্যাৰ ভাবুকি দিয়ে। ইয়াৰ পিছতেই বিয়া ভাঙি যায় মহিলাগৰাকীৰ। যুৱকজনৰ বিৰুদ্ধে অভিযোগ তুলি গোচৰ তৰে মহিলাগৰাকীয়ে।

Tags: mp high courtমধ্যপ্রদেশ হাইকোর্ট
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান
Lifestyle

Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান

by News Desk
March 26, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx