![]()
ডিফুঃ
দেওবাৰে সন্ধিয়া বকলীয়াঘাট পাট্ৰাদিছাত এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হৈ এজন বাইক আৰোহী থিতাতে নিহত হয় ৷ দূৰ্ঘটনাটো সংঘটিত কৰি গাড়ী খন পলায়ন কৰে ৷
এই পৰ্যন্ত দূৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে ৷ তাৰোপৰি মৃত লোক জনৰ পৰিচয়ো লাভ কৰা নাই আৰক্ষীয়ে ৷ মৃত লোক জনৰ দূৰ্ঘটনাগ্ৰস্থ বাহন খনৰ নম্বৰ
AS 09 A 5528.













