ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

নিউজ ডেস্কঃ

News Desk by News Desk
June 13, 2026
Reading Time: 1 min read
A A
0
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

শনিবাৰে পুৱা যোৰহাটত (Jorhat) ভাৰতীয় বায়ুসেনা (Indian Air Force)ৰ এএন-৩২ (AN-32) বিমান দুৰ্ঘটনাগ্ৰস্ত (Plane crashed) হৈ নিহত হয় ৫ জনকৈ জোৱান (5 soldiers killed)। নিহতসকলৰ ভিতৰত আছে স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু ক্ষেমাৰাম কুমাৱত আৰু ডেনিছ আলম। শনিবাৰে পুৱা ৰৰৈয়া বায়ুসেনা ঘাটি (Roraiya Air Force Base)ত অৱতৰণ কৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় আৰু দুটা পৃথক দুৰ্ঘটনাত পতিত হয় বিমানখন।

শনিবাৰে পুৱা প্ৰায় ৯.৪৫ বজাত নিয়মীয়া প্ৰশিক্ষণ অনুশীলন চলাইছিল সামৰিক বিমানখনে। বায়ুসেনাৰ ঘাটিৰ ৰাণৱেত অৱতৰণ কৰাৰ সময়তে বিমানখনৰ চকা ফাটি যোৱাৰ সন্দেহ কৰা হৈছে। ইয়াৰ পিছত ৰাণৱেৰ পৰা ছিটিকি বিমানখন দুটুকুৰা হৈ যায়। লগতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে বায়ুসেনাই। তেওঁ মৃত জোৱানসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমবেদনা জ্ঞাপন কৰি কয়, “ভাৰতীয় বায়ুসেনাৰ এএন-৩২ বিমানখন যোৰহাটত দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে অতি ব্যথিত কৰি তুলিছে৷ বিমানখনত থকা দেশৰ পাঁচগৰাকী সাহসী বায়ুসেনা জোৱানৰ অকাল বিয়োগৰ খবৰটিয়ে গভীৰভাৱে মর্মাহত কৰি তুলিলে। মাতৃভূমিৰ সেৱাত আত্মনিয়োগ কৰি স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱট আৰু অগ্নিবীৰবায়ু ডেনিছ আলমে দেশৰ বাবে যি সৰ্বোচ্চ ত্যাগ আগবঢ়াই গ’ল, সেয়া ভাৰতবৰ্ষই চিৰদিন মনত ৰাখিব৷”

Air | ASSAM TIMES POST
যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

তেওঁ লগতে কয়, “এই অপূৰণীয় ক্ষতিৰ মুহূর্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। অসমবাসীৰ হৈ এই বীৰ সন্তানসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।”

লগতে কয়, “এই গভীৰ শোকৰ সময়ত অসম চৰকাৰ আৰু অসমবাসী প্ৰতিজন বীৰজোৱানৰ পৰিয়ালৰ কাষত আছে আৰু সদায় থাকিব। তেখেতসকলৰ ত্যাগ আৰু দেশপ্ৰেম চিৰদিন অম্লান হৈ থাকিব।”

উল্লেখ্য যে এএন-৩২ বিমান মূলতঃ সামৰিক সঁজুলি আৰু সৈন্য পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰতিকূল বতৰ আৰু পৰিস্থিতিত সামৰিক সামগ্ৰী উদ্ধাৰ আৰু যোগানৰ বাবে দুৰ্গম অঞ্চলত এই বিমানখন অতুলনীয়। ই ৭.৫ টন ওজন কঢ়িয়াব পাৰে। ইয়াত ৫০ জন জোৱান কঢ়িয়াই নিব পৰা ক্ষমতা আছে।

জানিব পৰা মতে, ৰৰৈয়া বায়ুসেনাঘাটিত সংঘটিত হয় এই দুৰ্ঘটনা। এই বায়ুসেনাঘাটিটো উত্তৰ-পূব ভাৰতৰ এটা গুৰুত্বপূৰ্ণ বিমানবন্দৰ। অসম তথা অঞ্চলটোৰ সামৰিক কাৰ্যকলাপত এই বন্দৰটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰে। অৱশ্যে ১৯৮৬ চনৰ পৰা এই শ্ৰেণীৰ ২২ খন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। যোৱা বছৰো এএন-৩২ বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো বায়ুসেনাই কিন্তু এই সামৰিক বিমানখনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল।

Tags: JorhatAircraftcrash
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx