ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

জয়েণ্ট এণ্ট্ৰেন্সৰ মূল পৰীক্ষা (JEE)ৰ সূচী সলনি:

নিউজ ডেস্কঃ

News Desk by News Desk
March 14, 2022
Reading Time: 1 min read
A A
0
জয়েণ্ট এণ্ট্ৰেন্সৰ মূল পৰীক্ষা (JEE)ৰ সূচী সলনি:

New Logo Very Smal | ASSAM TIMES POST
জয়েণ্ট এণ্ট্ৰেন্স মেইন (Joint Entrance Examination) অৰ্থাৎ জে ই মূল পৰীক্ষাৰ সূচী সলনি কৰা হৈছে। সোমবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা নিয়ন্ত্রক সংস্থা (নেচনেল টেষ্টিংএজেন্সি)ই এক বিজ্ঞপ্তিত জনাইছে, জয়েণ্ট এণ্ট্ৰেন্স মেইন পৰীক্ষা ১৬ এপ্রিলৰ পৰা ২১ এপ্রিলৰ পৰিৱর্তে ২১ এপ্রিলৰ পৰা ৪ মে’লৈ অনুষ্ঠিত হ’ব।

জয়েণ্ট এণ্ট্ৰেন্সৰ মূল পৰীক্ষাআনহাতে, আইএছচি পৰীক্ষাৰ সূচীৰ সৈতে মিল আছে জয়েণ্ট এণ্ট্ৰেন্স মেইন পৰীক্ষাৰ সূচীৰ। ফলত তেনে ক্ষেত্রত উক্ত পৰীক্ষাৰ সূচী সলনিৰ সম্ভাৱনাও সৃষ্টি হৈছে।

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

জয়েণ্ট এণ্ট্ৰেন্স মেইন পৰীক্ষাৰ নতুন সূচী অনুযায়ী ২১, ২৪, ২৫, ২৯ এপ্রিল, ১ আৰু ৪ মে’ত পৰীক্ষা অনুষ্ঠিত হ’ব।

Tags: JEEজয়েণ্ট এণ্ট্ৰেন্সৰ মূল পৰীক্ষা
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx