ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটী গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ শেহতীয়া খবৰ পঢ়ক

News Desk by News Desk
March 12, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটী গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ শেহতীয়া খবৰ পঢ়ক

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰঃ

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাৰে জড়িত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে স্মাৰ্ট মহানগৰ আৰক্ষী। এজাহাৰ দিয়া পাঁচদিন উকলি যোৱা পাছতো অভিযুক্ত শুংসূত্ৰ পোৱা হৰমিত সিং নেতৃত্বাধীন গুৱাহাটী আৰক্ষীয়ে। আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে যদিও অভিযুক্ত আত্মগোপন কৰি থকা কোনোধৰণৰ ক্লুৱেই লাভ কৰা নাই। উল্লেখ্য যে পাঁচ অভিযুক্ত পৰিয়ালৰ ব্যক্তিক পানবজাৰ মহিলা থানাত আজি সোধ-পোচ অব্যাহত ৰাখিছে যদিও তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

ইফালে বিশেষ সূত্ৰ খবৰ অনুসৰি ১৬ বছৰীয়া কিশোৰী গৰাকীৰ সৈতে অভিযুক্ত বিকি আলি (২২) প্ৰেমৰ সম্পৰ্ক থকা কথা পোহৰলৈ আহিছে। ১৬ ফেব্ৰুৱাৰীত অভিযুক্ত ৱিকি আলিয়ে কিশোৰীগৰাকীক ঘৰলৈ নিছিল। ঘৰতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি মোবাইল ফোনটো আবদ্ধ কৰিছিল ভিডি’অ। মোবাইলত আবদ্ধ ভিডি’অ ভাইৰেল কৰি দিয়া ভয় দেখুৱাই ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্টহাউচলৈ মাতি নিছিল দুৰ্ভগীয়া কিশোৰী গৰাকীক। গেষ্ট হাউচৰ ১০৫নম্বৰ কোঠাত চাৰি বন্ধুৱে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল।

আনহাতে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ কৰ্তৃপক্ষই অৱগত কৰা মতে ৱিকি আলীয়ে OYO জৰিয়তে ১০৫নম্বৰ কোঠা বুক কৰিছিল। ইফালে সমগ্র ঘটনা পোহৰলৈ অহা পাছত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মহানগৰ আৰক্ষীয়ে বিভিন্ন চিচিটিভি ভিডি’অ পৰীক্ষা কৰিছে।

উল্লেখ্য বিশেষ সূত্ৰ খবৰ মতে কিশোৰীগৰাকীয়ে ৭ মাৰ্চ দিনা পৰিয়ালক সমগ্র ঘটনা অৱগত কৰে। তাৰ ভিত্তিত ৮মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx