ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Binita Rajkhowa (বিনীতা ৰাজখোৱা)- “আমি আমাৰ বিভিন্ন সংস্কৃতিৰ সৈতেও খাপ খাব লাগিব।”

Staff Reporter by Staff Reporter
February 7, 2022
Reading Time: 2 mins read
A A
0
Binita Rajkhowa (বিনীতা ৰাজখোৱা)- “আমি আমাৰ বিভিন্ন সংস্কৃতিৰ সৈতেও খাপ খাব লাগিব।”

RELATED POSTS

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

সাক্ষাৎকাৰ বিশেষঃ

আমাক সৌন্দৰ্য্যই আকৃষ্ট কৰে। সেয়া লাগিলে কোনো লোকৰেই হওঁক অথবা প্ৰকৃতিৰেই হওঁক। আমি যিকোনো বস্তুৰ সুন্দৰতাক উপভোগ কৰোঁ। এতিয়া ধৰি লওঁক, আমি যেতিয়া যিকোনো এখন ফটো আপলোড কৰোঁ সেইখন ফটোক মোবাইলত উপলব্ধ এপৰ দ্বাৰা সেইখন অকণমান সুন্দৰ কৰিবলৈ পালে ভালপাওঁ। ঠিক তেনেদৰে, বৰ্তমান সময়ত আমি ক’ৰবালৈ গ’লে অকণমান প্ৰসাধন লগাইহে ওলাবলৈ বিচাৰোঁ।

https://assamtimespost.com/wp-content/uploads/2022/02/257281831_334523475102001_6750792774858379947_n_2748001262087668.mp4

মেকআপ, মেকআপ কি আৰু কেনেদৰে কৰা হয় সেইবোৰ গুৰু-গম্ভীৰ বিষয়লৈ আমি নাযাওঁ। আমি প্ৰত্যেকেই বুজি উঠিছোঁ যে আজিৰ দিনত এগৰাকী মেকআপ আৰ্টিষ্টৰ প্ৰয়োজনীয়তা কিমান বেছি! অথবা “মেকআপ আৰ্টিষ্ট” ৰ কেৰিয়াৰ জীৱিকা উত্তৰণৰ ক্ষেত্ৰত কিমান সহায়ক আমাৰ সকলোৰে বোধগম্য। আজি আমি এগৰাকী মেকআপ আৰ্টিষ্টৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ, তেওঁৰ নাম হৈছে বিনীতা ৰাজখোৱা (Binita Rajkhowa)। নিজেই এগৰাকী মেকআপ আৰ্টিষ্ট হোৱাৰ উপৰিও তেওঁ বহুতো ছাত্ৰ-ছাত্ৰী মেকআপৰ শিক্ষা প্ৰদান কৰি আহিছে। আহক চোন তেওঁৰ বিষয়ে সবিশেষ জানোঁঃ

https://fb.watch/b1KYQYh5Gl/

 

WhatsApp Image 2022 01 24 at 17.20.02 1 | ASSAM TIMES POST 67402877 1265586306935189 3464455667610288128 n 1265586300268523 | ASSAM TIMES POST

প্ৰশ্নঃ কেৰিয়াৰ হিচাবে আপুনি এগৰাকী “মেকআপ আৰ্টিষ্ট” কে কিয় গ্ৰহণ কৰিলে?

Binita Rajkhowa- সাধাৰণতে এনে হয় যে কেৰিয়াৰ বুলি ক’লে আমি কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক, পাইটলৰে কথা ক’বলৈ বিচাৰোঁ। কিন্তু এনে কিছুমানো কেৰিয়াৰৰ প্ৰসংগ থাকে যিসমূহ আমি প্ৰায় কেৰিয়াৰ হিচাবে গুৰুত্বপূৰ্ণ বুলি নাভাবোঁ। ইয়াৰ মাজৰেই এটা হৈছে “মেকআপ আৰ্টিষ্ট”। মেকআপটো হৈছে এনে এক বস্তু যিটো বহু যুগৰ আগৰ পৰাই প্ৰচলিত, ৰজা-মহাৰজাৰ দিনত ইয়াক “শৃংগাৰ” বুলি কোৱা হৈছিল।

WhatsApp Image 2022 01 24 at 17.20.01 | ASSAM TIMES POST101854804 1529922530501564 876722723420635136 n 1529922513834899 | ASSAM TIMES POST

মানুহে সেইটো প্ৰকৃতিৰ বহু উপাদানক লৈয়ে প্ৰসাধন সমূহ তৈয়াৰ কৰিছিল। যেতিয়া আমি “মেকআপ আৰ্টিষ্ট” বুলি কওঁ, তাত সময়ৰ লগে লগে কিছুমান কাৰিকৰী বিদ্যা সন্নিৱিষ্ট হৈ থাকে। আৰু যেতিয়া এই সকলো বিদ্যাৰ আপুনি অৱগত হ’ব তেতিয়া আপুনি নিজক এগৰাকী “মেকআপ আৰ্টিষ্ট” হিচাবে চিনাকী দিবলৈ সক্ষম হ’ব। মোৰ মতে, মেকআপ আৰ্টিষ্ট হিচাবে যিহেটো কোৱা হয়, গতিকে এয়া একধৰণৰ আৰ্ট। যেনদৰে চিত্ৰকাৰে ছবি আঁকে, সংগীতকাৰে সংগীতৰ প্ৰস্তুত কৰে ঠিক তেনেদৰে মেকআপ আৰ্টিষ্ট এগৰাকীয়ে হাতৰ বিদ্যাৰে বহুধৰণৰ প্ৰক্ৰিয়াৰে কোনো এজন ব্যক্তিক সুন্দৰকৈ সঁজাই উলিয়াই আনে অৰ্থাৎ বেলেগ এটা ৰূপ দিয়ে।

72701321 1317031881790631 629112700550512640 n 1317031878457298 | ASSAM TIMES POST

munu6 | ASSAM TIMES POST

68904217 1277893309037822 3063331719600930816 n 1277893305704489 | ASSAM TIMES POST

মই এইটোও ক’ব বিচাৰিম যে, আজি আমি কেৱল মেকআপ কৰিলেই নহ’ব। আমি আমাৰ বিভিন্ন সংস্কৃতিৰ সৈতেও খাপ খাব লাগিব। মই কেৱল অসমীয়া লোককেই মেকআপ নকৰোঁ, বিভিন্ন ভাষা-সম্প্ৰদায়ৰ লোকৰ সৈতেও মই জড়িত হৈ থাকোঁ। ফলত এই আটাইবোৰ বস্তু বৈজ্ঞানিক তথা কাৰিকৰীভাৱে আপুনি জানিব লাগিব, গভীৰভাৱে হৃদয়ংগম কৰি পঢ়িব লাগিব। এই আটাইবোৰ বস্তুক মই সাংঘাতিক ভাল পাইছিলোঁ আৰু সেইবাবে মই কেৰিয়াৰটো নিৰ্বাচন কৰিছিলোঁ।

প্ৰশ্নঃ পেছাগতভাৱে আপুনি কেতিয়াৰ পৰা “মেকআপ” আৰ্টিষ্ট হিচাবে কাম কৰিবলৈ আৰম্ভ কৰিছিল? 

Binita Rajkhowa- মই পেছাগত ভাৱে মেকআপ সৰুৰ পৰাই নিজৰ লগতে কৰা আৰম্ভ কৰিছিলোঁ। বিয়া খাবলৈ গ’ল বা কোনো অনুষ্ঠানত গ’লে কইনা গৰাকীক অথবা মেকআপ কৰি অহা কোনো মহিলাক লক্ষ্য কৰোঁ, নিজৰ মাজতেই ভাবি উলিয়াও যে তেওঁক আৰু কেনেধৰণে ধুনীয়া কৰিব পৰা যায়! পিছলৈ সুযোগ উলিয়াই নিজৰ পৰিয়ালতে কোনো অনুষ্ঠান হ’লে সম্বন্ধীয় লোক সকলক মেকআপ কৰি দিওঁ। 

22519569 855717544588736 8711850504663643462 n 855717544588736 | ASSAM TIMES POST 271732963 1992395984254214 5310834657955282522 n 1992395987587547 | ASSAM TIMES POST

munu 2 | ASSAM TIMES POST

পৰৱৰ্তী সময়ত যেতিয়া মই স্নাতক শিক্ষা গ্ৰহণৰ বাবে গুৱাহাটীলৈ আহোঁ তেতিয়া মোৰ খুবেই চিনাকী এজন মেকআপ আৰ্টিষ্ট দিলীপ ফুকনক লগ পালোঁ, তেখেতে মোক নিউজ লাইভ চেনেলত মেকআপ আৰ্টিষ্ট হিচাবে কাম কৰিবলৈ দিছিল। তাৰ পিছত ১৪ বছৰ মই নিউজ লাইভত মই কাম কৰিছিলোঁ, ২০১৮ চনত “শ্ৰেষ্ঠ মেকআপ আৰ্টিষ্ট” ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। অৱশ্যে,২০১৭ চনৰ পৰাই মই সমগ্ৰ অসমৰ লগতে অসমৰ বাহিৰত বিভিন্ন ঠাইত মেকআপ কৰিছোঁ। বহুত মিউজিক ভিডিঅ’ত মই কাম কৰিছোঁ।

271397084 1988980697929076 5016055621126664959 n 1988980717929074 | ASSAM TIMES POST80381923 1395993127227839 2856071419828109312 n 1395993117227840 | ASSAM TIMES POST

munu 5 | ASSAM TIMES POST
উল্লেখ্য যে, মই এই কেৰিয়াৰ টোক আৰু এঢাপ ওপৰলৈ নিয়াৰ উদ্দেশ্য নৱতেল হোটেলৰ সমীপত “বিনীতা ৰাজখোৱা ইনষ্টিটিউট” নামে এখন মেকআপ প্ৰতিষ্ঠান খুলিছোঁ। নৱপ্ৰজন্মৰ ছাত্ৰ- ছাত্ৰী সকলক মেকআপৰ শিক্ষা প্ৰদানৰ বাবেই মই আচলতে এই পদক্ষেপ হাতত লৈছিলোঁ। আৰম্ভণি হৈছিল নিউজ লাইভৰ পৰা আৰু এতিয়া মই এনেকৈ ব্ৰৰ্তী আছোঁ এই কৰ্মত……

প্ৰশ্নঃ নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে যদি এই কেৰিয়াৰটো গ্ৰহণ কৰিবলৈ বিচাৰে তেতিয়াহ’লে আপোনাৰ ফালৰ পৰা কি উপদেশ হ’ব?

Binita Rajkhowa- মোৰ ফালৰ পৰা উপদেশ এটাই থাকিব, যিটো মই আপোনাৰ প্ৰশ্নৰ উত্তৰত পূৰ্বেও কৈছোঁ। মেকআপৰ পৰিসীমাটো বৰ বহল আচলতে, আপুনি অসমীয়া ছোৱালী জনীৰ বিয়াত আৰু বেংগলী ছোৱালী জনীৰ বিয়াত তেওঁলোকক কৰা মেকআপৰ মাজত পাৰ্থক্য থাকিব। আৰু ইয়াৰ বাবে তেওঁলোকৰ সংস্কৃতিৰ বিষয়েও আপুনি জানিব লাগিব। এতিয়াৰ পৰাই যিসকলে এই আৰ্টটোক কেৰিয়াৰ হিচাবে গ্ৰহণ কৰিব বিচাৰিছে তেওঁলোক এই বিষয়টোক গুৰুত্বপূৰ্ণ হিচাবে ল’ব লাগিব।

229612314 1869776109849536 5829557460035630415 n 1869776103182870 | ASSAM TIMES POST271225634 1987516018075544 7353851599688165117 n 1987516021408877 | ASSAM TIMES POST

কাৰণ, মেকআপ কৰি কাৰোবাক ধুনীয়া কৰি অনাটো ইমান সহজো নহয়। কোনো লোকৰ মুখৰ ওপৰত পঢ়িব লাগিব, মানুহৰ “Shapes of face”, “Shapes of Eyes” ৰ ওপৰত অধ্যয়ন কৰিব লাগিব। এই প্ৰত্যেকটো বস্তু গুৰুত্বসহকাৰে লৈ অভ্যাস কৰি যাব লাগিব। আনুষ্ঠানিক শিক্ষাটো লাগিব বুলি মই একাষাৰেই ক’ম।

প্ৰশ্নঃ অনাগত দিনৰ আপোনাৰ পৰিকল্পনা কেনেধৰণৰ? 

Binita Rajkhowa- পৰিকল্পনা বুলিবলৈ গ’লে ঠিক তেনেদৰে মই ক’ব নোৱাৰিম। মই নিজৰ প্ৰতিষ্ঠানখনৰ লগতে বৰ্তমান ব্যস্ত আৰু শেহতীয়াকৈ মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেকআপ শিকিলোঁ। অৱশ্যে, এছিয়ান মেকআপ, ট্ৰাবিৰিয়ান, মংগোলীয়ান মেকআপ সমূহৰ ওপৰত মোৰ অধ্যয়ন কৰিবলৈ ইচ্ছা আছে।

49184569 1124484117712076 4475930258343723008 n 1124484114378743 | ASSAM TIMES POST100049802 1525497047610779 8860082271072288768 n 1525497044277446 1 1 | ASSAM TIMES POST

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Binita RajkhowaGuwahatiMakeup Artist
Share8Tweet5Send

Related Posts

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
50
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
50
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
55
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
ADVERTISEMENT
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
50
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

September 24, 2026
50
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

September 24, 2026
50
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

September 24, 2026
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d