ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আলিয়া ভাটৰ প্ৰত্যাশিত ছবি “‘গঙ্গুবাই কাঠিয়াৱাড়ী” ত হুমা কুৰেছিৰ চৰিত্ৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
February 6, 2022
Reading Time: 1 min read
A A
0
আলিয়া ভাটৰ প্ৰত্যাশিত ছবি “‘গঙ্গুবাই কাঠিয়াৱাড়ী” ত হুমা কুৰেছিৰ চৰিত্ৰঃ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

মনোৰঞ্জনঃ

বহু প্ৰত্যাশিত বলীউডৰ জনপ্ৰিয় ছবি ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ ত দেখিবলৈ পোৱা যাব আন এগৰাকী অভিনেত্ৰীক। অভিনেত্ৰী হুমা কুৰেছিয়ে নিজেই প্ৰকাশ কৰিছে এই কথা। অভিনেত্ৰী গৰাকীয়ে কয় যে “গঙ্গুবাই কাঠিয়াবাড়ী” ত তেওঁৰ দ্বাৰা ৰূপায়িত চৰিত্ৰটো অতি বিশেষ হ’ব। হুমাক চৰিত্ৰটোক লৈ যথেষ্ট উৎসাহিত দেখা গৈছিল। অৱশ্যে, ‘গংগুবাই কাঠিয়াৱাড়ী’ ৰ ট্ৰেইলাৰে অনুৰাগীসকলৰ হৃদয় জয় কৰিছে।

Gangubai and RRR 1633243094299 17c44dfdd39 medium | ASSAM TIMES POSTশুকুৰবাৰে প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্ৰী হুমা কুৰেছিয়ে কয় যে, তেওঁৰ আহিবলগীয়া সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ ত এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে। সংবাদ সংস্থা আইএএনএছৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত হুমাই কয় যে, “মই অতি উৎসাহিত, কিয়নো এইটো মোৰ বাবে অন্যতম ব্যস্ত মাহ। এফালে, মোৰ ৱেব চিৰিজ ‘মিত্থ্য’ মুক্তি পাইছে আৰু আনফালে, মই সঞ্জয় ছাৰৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ত এক বিশেষ উপস্থিতি প্ৰদৰ্শন কৰি আছোঁ।

তেওঁ লগতে কয় যে, “মই এই চৰিত্ৰটোক লৈ কৌতূহলী। লগতে, মই ‘বালিমাই’ ক লৈ অতি উৎসাহিত, যিখন এখন বিশেষ ছবি।” উল্লেখ্য যে, আলিয়া ভাটক গঙ্গুবাইত মুখ্য চৰিত্ৰত দেখা যাব। ইয়াৰ উপৰিও, ছবিখনত অজয় দেৱগান আৰু বিজয় ৰাজেও অভিনয় কৰিছে। এই দুজন অভিনেতাৰ চৰিত্ৰসমূহকো বহুল প্ৰশংসা কৰা হৈছে। বিশেষকৈ “কিন্নৰ” চৰিত্ৰৰে বিজয়ে তেওঁৰ অনুৰাগীসকলক যথেষ্ট প্ৰভাৱিত কৰিবলৈ কাম কৰিছে।

Tags: Entertainment
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx