ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

যৌন নিৰ্যাতনত সাঙোৰ খাই ১৪ দিনৰ কাৰাগাৰলৈ পদ্মশ্ৰী উদ্ধৱ ভঁৰালী

News Desk by News Desk
January 21, 2022
Reading Time: 1 min read
A A
0
যৌন নিৰ্যাতনত সাঙোৰ খাই ১৪ দিনৰ কাৰাগাৰলৈ পদ্মশ্ৰী উদ্ধৱ ভঁৰালী

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

তুলনীয়া কন্যাক যৌন নিৰ্যাতনৰ গুৰুত্ব অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ পদ্মশ্ৰী উদ্ধৱ ভঁৰালী। ১৪ দিনৰ বাবে কাৰাগাৰলৈ নিক্ষেপ ভৰালীক। উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন নাকচ হোৱা পাছত আজি লখিমপুৰ আদালতত আত্মসমৰ্পণ কৰে উদ্ধাৱক-বিজ্ঞানীগৰাকীয়ে। আত্মসমৰ্পণ কৰা ভঁৰালীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। উল্লেখ্য যে, নৰ্থ লখিমপুৰ থানা ১৩৩২/২১ নম্বৰত ৰুজু হোৱা গোচৰত কাৰাগাৰলৈ যাব লগা হয় পদ্মশ্ৰী ভঁৰালী।

আনহাতে, কাৰাগাৰলৈ যোৱা প্ৰাকক্ষণত বিজ্ঞানী ভঁৰালীয়ে কয়- “মই নিকৃষ্ট ষড়যন্ত্ৰ বলি হ’লো। এতিয়া হাৰিলেও এদিন কিন্তু জয়ী হম। আইনৰ ওপৰত বিশ্বাস ৰাখি মই আত্মসমৰ্পণ কৰিছোঁ।”

কাৰাগাৰৰ বন্ধ কোঠৰীত থকাৰ সময়ত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ নামৰ এখন গ্ৰন্থ লিখিব বুলি ভঁৰালীয়ে কয়। অসমৰ বাবে সদায় কাম কৰি যাব বুলিও আবেগিক হৈ তেওঁ কয় ।

গুৰুত্বপূৰ্ণ শিশু কল্যাণ সমিতি পৰা এগৰাকী নাবালিকা কন্যা তোলি লৈছিল ভঁৰালীয়ে। তাৰ পাছতে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলোৱা গুৰুত্ব অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে। ১৭ ডিচেম্বৰত POCSO আইনৰ অধীনত গোচৰ ৰুজু হৈছিল। কিন্তু ২৮ ডিচেম্বৰত অন্তৱৰ্তী জামিন লাভ কৰিছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx