ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আৰক্ষীৰ মতে দুর্ঘটনামুক্ত : ১০৮তথ্যত ৭টা দুৰ্ঘটনা ৩১ ডিচেম্বৰৰ নিশা কামৰূপ(ম)

News Desk by News Desk
January 1, 2022
Reading Time: 1 min read
A A
0
আৰক্ষীৰ মতে দুর্ঘটনামুক্ত : ১০৮তথ্যত ৭টা দুৰ্ঘটনা ৩১ ডিচেম্বৰৰ নিশা কামৰূপ(ম)

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

নৱবর্ষ উদযাপনৰ সময়ত ৰাজ্যত দুর্ঘটনা নিয়ন্ত্ৰণৰ মুখ্যমন্ত্ৰী কঠোৰ প্রদক্ষেপ সফল কৰা বাবে সমগ্ৰ ৰাজ্যত ৩১ডিচেম্বৰ নিশা অব্যাহত থাকিল আৰক্ষী তালাচী অভিযান।কামৰূপ মহানগৰতো শুকুৰবাৰে দেখা গ’ল পূৰ্বতে নেদেখা আৰক্ষী কটকটীয়া তালাচী অভিযান। সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে ৫৫টা স্থানত আৰক্ষীয়ে চলাই অভিযান। মহানগৰবাসীৰ সঁহাৰিৰ ফলত ৩১ ডিচেম্বৰ নিশা দুৰ্ঘটনামুক্ত হ’ল। মুখ্যমন্ত্ৰীৰ আহ্বান লৈ দিয়া ইতিবাচক সঁহাৰিৰ বাবে ৰাইজক ধন্যবাদ জনাই যুটীয়া আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। পানবজাৰ যান-বাহন আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৩১ ডিচেম্বৰৰ নিশা আইন-শৃংখলা পৰিস্থিতি দাঙি ধৰি কয়- ১১৫টা সুৰাপান কৰি বাহন চলোৱা ঘটনা ধৰা পৰাৰ লগতে ৬৩ খনকৈ চালকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ উপৰিও ৫২ খন বাহন জব্দ হৈছে। মহন্তই জানিবলৈ দিয়া মতে ২০২০চনৰ ৩১ডিচেম্বৰত ৭টা পথ দুৰ্ঘটনাত ৫ গৰাকী মহানগৰত আঘাতপ্ৰাপ্ত হৈছিল।

ৰহস্যজনক কথা যুটীয়া আৰক্ষী আয়ুক্ত মহন্তই ৩১ডিচেম্বৰ নিশা দুর্ঘটনামুক্ত হোৱা বুলি দাবী কৰা সময়তে ৰাজ্য স্বাস্থ্য বিভাগৰ ১০৮ মৃত্যুঞ্জয় সেৱাই মুঠ ৭টাকৈ দুর্ঘটনা কামৰূপ(ম) হোৱা বুলি উল্লেখ্ কৰে । ৪টা সোণাপুৰ বিপৰীতে গড়চুক, আজাৰা, তেঁতেলীয়াত ১টাকৈ সংঘটিত হয় দুর্ঘটনা।

উল্লেখ্য, জিলাখনত ডিচেম্বৰ মাহত ১২১৬৪টা হেলমেট পৰিধান নকৰা ঘটনা ধৰা পৰিছে। একেদৰে যোৱা ২২-৩১ ডিচেম্বৰলৈ ৬৩৮টাকৈ কেচ হৈছে- মহন্তই কয়।

যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে জানিব দিয়া মতে-যানবাহন আইন ভংগকাৰী পৰা ২০২১বৰ্ষ পহিলা জানুৱাৰী পৰা জুলাইলৈ ১কোটি ২০লাখ টকা সংগ্ৰহ হৈছিল।তাৰ বিপৰীতে আগষ্ট-নৱেম্বৰ মাহলৈ ৩ কোটি ৪০ লাখ আৰু ডিচেম্বৰ মাহত ৪ কোটি ৪০ লাখ জৰিমনা সংগ্ৰহ হয়।

আনহাতে, ২০১৮ চনত কামৰূপ মহানগৰত পথ দুৰ্ঘটনাত ২৫৮টা মৃত্যু বিপৰীতে ৭৭৫ আঘাতপ্ৰাপ্ত হৈছিল। ২০১৯ চনত ৮৩৬জন আৰু ২০২০ চনত ৫৮৩জন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিল। ২০২১ চনত ২৪৭জন পথ দুৰ্ঘটনাত মৃত্যু হয় বুলিও মহন্তই জানিবলৈ দিয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx