ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অভিনেতা ছলমান খানক সৰ্পদংশন:

ASSAM TIMES POST by ASSAM TIMES POST
December 26, 2021
Reading Time: 1 min read
A A
0
অভিনেতা ছলমান খানক সৰ্পদংশন:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

নিউজ ডেক্স:

অভিনেতা ছলমান খান সৰ্পদংশনৰ বলি হয়।বাতৰি অনুসৰি, শনিবাৰে নিশা অভিনেতাগৰাকীক তেওঁৰ পানভেলৰ ফাৰ্ম হাউচত সাপে খোঁটে। লগে লগে তেওঁক নৱী মুম্বাইৰ কাবাদ অঞ্চলৰ এমজিএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

২৭ ডিচেম্বৰত ৫৬ বছৰত ভৰি দিব বলিউডৰ চুপাৰষ্টাৰ ছলমান খান। কিন্তু তাৰ পূৰ্বেই সৰ্পদংশনৰ বাবে শনিবাৰে নিশা চিকিৎসাধীন হবলগা হয়।অৱশ্যে দেওবাৰে পুৱা ৯ বজাত অভিনেতাগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি দিয়ে চিকিৎসকে।

বৰ্তমান অভিনেতা গৰাকী নিজৰ ফাৰ্ম হাউচত আছে আৰু সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, খ্ৰীষ্টমাছৰ সন্ধিয়া উদযাপনৰ বাবে শনিবাৰে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পানভেলৰ ফাৰ্ম হাউচলৈ আহিছিল অভিনেতা ছলমান খান।চিকিৎসকে সদৰী কৰা মতে, ছলমান খান বৰ্তমান বিপদমুক্ত।

Tags: Featured2
Share4Tweet3Send

Related Posts

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

by Staff Reporter
July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

by Staff Reporter
July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

by News Desk
July 17, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT