ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেশত কৰোনাৰ তৃতীয় ঢৌ, শিখৰ চুব ৩ ফেব্রুৱাৰীৰ ভিতৰত! জনালে কানপুৰ আইআইটিয়ে

News Desk by News Desk
December 24, 2021
Reading Time: 1 min read
A A
0
দেশত কৰোনাৰ তৃতীয় ঢৌ, শিখৰ চুব ৩ ফেব্রুৱাৰীৰ ভিতৰত! জনালে কানপুৰ আইআইটিয়ে

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

নিউজ ডেস্কঃ

দেশত ওমিক্রন আতঙ্কৰ লগতে সম্ভাৱনা সৃষ্টি হৈছে কোভিডৰ তৃতীয় ঢৌৰ আগমনৰ। ফেব্রুৱাৰী মাহত তৃতীয় ঢৌৰ প্রকোপ সৰ্বাধিক হ’ব পাৰে বুলি অনুমান বিশেষজ্ঞ মহলৰ। এইবাৰ নির্দিষ্ট তাৰিখ উল্লেখ কৰি উক্ত ধাৰণাক অধিক দৃঢ় কৰিলে কানপুৰ আইআইটিয়ে।

কানপুৰ আইআইটিৰ গৱেষকসকলৰ অনুমান, ওমিক্রনৰ প্রভাৱতেই দেশত তৃতীয় ঢৌ আহিব পাৰে। ৩ ফেব্রুৱাৰীৰ ভিতৰতই সেয়াই সৰ্ববৃহৎ আকাৰ ধাৰণ কৰিব। ‘ৰডমিক্স’ নামৰ এখন অনলাইন পত্রিকাত প্রকাশিত গৱেষণাৰ ৰিপোর্ট অনুযায়ী, ‘বিশ্বজোৰা ট্রেণ্ড অনুসৰণ কৰি ৰিপোর্টটোৱে পূর্বাভাস দিছে যে ভাৰতত তৃতীয় ঢৌ আৰম্ভ হ’ব ডিচেম্বৰৰ মাজমানৰ পৰা আৰু ইয়াৰ প্রকোপ সৰ্বাধিক হ’ব ফেব্রুৱাৰীৰ আৰম্ভণিৰ ভিতৰতে।’

কেৱল অন্যান্য দেশৰ পৰিসংখ্যা নহয়, আইআইটিৰ গৱেষকসকলে ভাৰতত ইয়াৰ আগৰ দুটা ঢৌৰ খতিয়ান পর্যালোচনা কৰিছে। তেওঁলোকে জনাইছে যে সংক্রমণ শিখৰত উপনীত হ’বলৈ তেওঁলোকৰ পর্যবেক্ষণৰ প্রথম দিনৰ পৰা ৭৩৫ দিন লাগে। প্রথম দিনটো হ’ল ২০২০ চনৰ ৩০ জানুৱাৰী। উক্ত দিনাই ভাৰতত প্রথম কৰোনা সংক্রমণ হৈছিল। এই হিচাবত তৃতীয় ঢৌ আৰম্ভ হোৱাৰ কথা ২০২১ৰ ১৫ ডিচেম্বৰৰ পৰা। তৃতীয় ঢৌৱে সর্বোচ্চ শিখৰ স্পৰ্শ কৰিব ৩ ফেব্রুৱাৰীৰ ভিতৰতেই।

আইআইটি কানপুৰৰ গৱেষক দলৰ সদস্যসকল গণিত আৰু পৰিসংখ্যা বিভাগৰ। ইয়াৰে তিনিগৰাকী সদস্য হৈছে প্রসাদ ৰাজেশভাই, শুভ্রশঙ্কৰ ধৰ আৰু শলভ।

Tags: Featured
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT