ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আতংক বঢ়াই দেশত ওমিক্রন আক্রান্তৰ সংখ্যা হ’ল ২১৩, সর্বোচ্চ দিল্লীত

News Desk by News Desk
December 22, 2021
Reading Time: 1 min read
A A
0
কর্নাটকত কৰোনাৰ ওমিক্ৰন প্ৰজাতিৰ দুই ৰোগীৰ সন্ধান

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

নিউজ ডেস্কঃ

ক্ৰমাৎ বাঢ়িছে উদ্বেগ। বিশ্বজুৰি ৰঙা চকু দেখুৱাইছে কৰোনাৰ নতুন প্রজাতি ওমিক্রনে। ইউৰোপৰ পৰা আমেৰিকালৈ ওমিক্রন আতঙ্কত ত্রস্ত বিশ্ববাসী। অৱশ্যে ইউৰোপৰ তুলনাত ভাৰতত ওমিক্রন সংক্রমণ সিমান এটা বেছি বিয়পা নাই। পৰিসংখ্যা মতে, মঙ্গলবাৰৰ তুলনাত বুধবাৰে দেশত পুনৰ বাঢ়িল ওমিক্রন আক্রান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, বুধবাৰে দেশত ওমিক্রন আক্রান্তৰ সংখ্যা হৈছে ২১৩।

দেশৰ ভিতৰত ওমিক্রন আক্রান্তৰ সংখ্যা সর্বোচ্চ দিল্লীত। পৰিসংখ্যা মতে, দিল্লীত ৫৭, মহাৰাষ্ট্রত ৫৪, তেলেঙ্গানাত ২৪, কর্নাটকত ১৯, ৰাজস্থানত ১৮, কেৰালাত ১৫, গুজৰাটত ১৪ জন ওমিক্রনত আক্রান্ত হৈছে। আনহাতে, অন্ধ্রপ্রদেশ, জম্মু-কাশ্মীৰ, উত্তৰ প্রদেশ, ওড়িশা, চণ্ডীগড়, পশ্চিমবঙ্গতো এজনকৈ ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে। জানিব পৰা মতে, দেশত ওমিক্রন আতঙ্ক সন্দৰ্ভত বৃহস্পতিবাৰে এক বৈঠকত বহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী।

আনহাতে, ওমিক্রন উদ্বেগৰ কাৰণে ৰাজ্যবোৰলৈ বহু নির্দেশনা পঠাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে। বিশেষজ্ঞসকলৰ বক্তব্য, ডেল্টা প্ৰজাতিতকৈ তিনিগুণ বেছি বিপজ্জনক এই ওমিক্রন প্ৰজাতি। পৰিস্থিতি যাতে দ্বিতীয় ঢৌৰ দৰে নহয়, তাৰ বাবে কঠোৰ নৈশ সান্ধ্য আইন জাৰি কৰাৰ নির্দেশ দিয়া হৈছে। ৰাজ্যই ৰাজ্যই ৱাৰ ৰুম খোলা, দ্রতগতিত টীকাকৰণ আৰু জিনোম ছিকোয়েন্সিঙৰ নির্দেশ দিয়া হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা।

Tags: Featured
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT