ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১৮২জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৬২০১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৮২ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৫৯জন কামৰূপ মেট্ৰ’ৰ, ২২জন তিনিচুকীয়াৰ, ১২জন বৰপেটাৰ, ১২জন ডিব্ৰুগড়ৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৫০ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৬ জন ব্যক্তিৰ৷ উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১২২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৬০ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১১৯৭জন ৰোগী।
Summary of 06/12/2021
Today’s Total 182
Overall Positivity Percentage (182 cases out of 36,201 test done = 0.50%)
Kamrup(M) 59
Death 6
Recovery Rate 98.60%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) December 6, 2021