ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আৰক্ষীৰ গুলীত ড্ৰাগছ মাফিয়া চক্ৰৰ অন্যতম আৰ কে হপিংচন আহত:

ASSAM TIMES POST by ASSAM TIMES POST
October 25, 2021
Reading Time: 1 min read
A A
0
আৰক্ষীৰ গুলীত ড্ৰাগছ মাফিয়া চক্ৰৰ অন্যতম আৰ কে হপিংচন আহত:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

Assam’s Haflong College Students Protest Alleged Exam Irregularities

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ষ্টাফ ৰিপ’ৰ্টাৰ:

নগাঁও: আৰক্ষীৰ গুলীত ড্ৰাগছ মাফিয়া চক্ৰৰ অন্যতম আৰ কে হপিংচন আহত।নগাঁও আৰক্ষীৰ গুলীত আজি  বৰঘাটত মনিপুৰৰ এই দুধৰ্ষ ড্ৰাগছ মাফিয়া জন আহত হয়।জানিব পৰামতে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে কালি ননৈ আৰক্ষী থানাৰ সন্মুখত যানবাহনত নিয়মীয়া তালাচী অভিযান চলাইছিল।

অভিযানৰ সময়ত ড্ৰাগছ মাফিয়াজন অহা এখন এলট্ৰ গাড়ীত আৰক্ষীয়ে তালাচী চলাইছিল।তালাচীৰ সময়ত এলট্ৰখনৰ পৰা ৩০৩ গ্ৰাম ওজনৰ ২০ বাকচ হিৰইন জব্দ কৰিবলৈ সক্ষম হয়।এই হিৰইনখিনি ডিমাপুৰৰ পৰা নগাঁৱলৈ আনিছিল।

হিৰইনখিনিৰ মূল্য ২ কোটি হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।লোকজন ধিং আৰক্ষী থানাত ৰুজু হোৱা ৫০৫/২০২০ নম্বৰৰ এটা ড্ৰাগছ সৰবৰাহৰ গোচৰৰ মূল অভিযুক্ত।তদুপৰি লোকজন উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ড্ৰাগছ মাফিয়া চক্ৰৰ অন্যতম বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।এই ড্ৰাগছ মাফিয়াজনে ডিমাপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ কৰে।

আজি ধৃত আৰ কে হপিংচনক লগতলৈ আৰক্ষীয়ে নগাঁও চহৰৰ নাতিদূৰৰ বৰঘাট বাইপাচত অভিযান চলাইছিল।সেই সময়তে ড্ৰাগছ মাফিয়াজনে এজন আৰক্ষী কনিষ্টবলক আঘাত কৰি পলাবলৈ চেষ্টা কৰে।

তেতিয়াই আৰক্ষীয়ছ ড্ৰাগছ মাফিয়াজনক আৰক্ষীয়ে গুলীবিদ্ধ কৰে।আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত লোকজন নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কটকটীয়া নিৰাপত্তাৰ।মাজত চিকিৎসাধীন হৈ আছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
ADVERTISEMENT
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx