ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চিন্ময় বাৰ্মা ‘যখিনী’, মুক্তিৰ বাবে অপেক্ষাৰত ৰাইজঃ

Staff Reporter by Staff Reporter
October 23, 2021
Reading Time: 1 min read
A A
0
চিন্ময় বাৰ্মা ‘যখিনী’, মুক্তিৰ বাবে অপেক্ষাৰত ৰাইজঃ

RELATED POSTS

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

logo new 2 1 1 4 1 3 8 | ASSAM TIMES POST

বিশেষ প্ৰতিবেদনঃ

সৰুতেই আইতা-ককা, মা-দেউতাৰ মুখে শুনা সাধুকথাক স্ক্ৰীণলৈ লৈ অনা পিছত প্ৰতিগৰাকী দৰ্শক উৎসাহিত হোৱাটো স্বাভাৱিক। আমি সাধু কথা বোৰ মন দি শুনাৰ লগতে সেইসমূহ ক’ৰবাত নহয় ক’ৰবাত সংযোগ কৰি পেলাইছিলোঁ আমি নিজৰ ব্যক্তিগত জীৱনৰ সৈতে। শেহতীয়াকৈ আমি প্ৰায়ে শুনিবলৈ পোৱা এটা সাধুকথাক স্ক্ৰীণলৈ লৈ আনিছে নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় পৰিচালক চিন্ময় বাৰ্মাই। তেওঁ নিৰ্মাণ কৰি উলিওৱা চুটি ছবি ‘যখিনী’ ৰ এটি টিজাৰে শেহতীয়াকৈ লাভ কৰিছে মুক্তি।

উল্লেখ্য যে, এই টিজাৰটিয়ে জনসাধাৰণক বহুল হাৰত আকৰ্ষিত কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততেই, বৰ্তমান চুটি ছবিখনৰ বাবে অপেক্ষাৰত দৰ্শকসকল। আমি সাধুকথা সমূহৰ ভিতৰত শুনিবলৈ পোৱা ‘যখিনী’ ৰ যথোপযুক্ত সাৰমৰ্ম নুবুজিলেও আচলতে ভয় খাইছিলোঁ। এনেক্ষেত্ৰত পৰিচালক চিন্ময় বাৰ্মাৰ এনে প্ৰচেষ্টা সঁচাকৈ লেখতল’বলগীয়া। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, এই পৰিচালকগৰাকীৰ কেৱল মাত্ৰ ‘যখিনী’ য়ে যে প্ৰথম প্ৰচেষ্টা তেনে নহয়। চুটি ছবিসমূহৰ আমি দেখিবলৈ পোৱা বিষয়বস্তু সমূহৰ পৰা সম্পূৰ্ণ ফালৰি কাটি এক নতুন আৰু ব্যতিক্ৰমী প্ৰচেষ্টাৰে তেওঁ ওলাই আহিছে জনসাধাৰণৰ মাজলৈ। তেওঁৰ আন এক প্ৰচেষ্টা আছিল ‘ঘোঁৰাপাক’। এই ‘ঘোঁৰাপাক’ কাহিনীভাগো জড়িত আমি সৰুতেই শুনিবলৈ সাধুকথা সমূহৰ সৈতেই। এই চুটি ছবিখনেও  মুক্তি লাভ কৰাৰ পিছতেই লাভ কৰিছে জনপ্ৰিয়তা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share8Tweet5Send

Related Posts

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
50
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

by News Desk
October 2, 2026
50
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা
Assam

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

by News Desk
October 2, 2026
50
Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
Assam

Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
October 2, 2026
50
Road accident : ৰূপহীহাটৰ কাছখাইতীত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : ৰূপহীহাটৰ কাছখাইতীত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 2, 2026
50
শিৱসাগৰ হাঁহচৰাত তীব্ৰ চাঞ্চল্য
Assam

শিৱসাগৰ হাঁহচৰাত তীব্ৰ চাঞ্চল্য

by News Desk
October 2, 2026
50
ADVERTISEMENT
Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
National-International

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
50
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d