নিউজ ডেক্স:
চৰণজিৎ চন্নী পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।ছণ্ডীগড়ত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চৰণজিৎ চন্নীক পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰা হয়।কেপ্টেইন অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা শনিবাৰে পদত্যাগ কৰিছিল ।