ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ভুৱা ৰেচন কাৰ্ডধাৰীসকলক এক সপ্তাহৰ ভিতৰত চিনাক্ত কৰিবলৈ নিৰ্দেশ মহকুমাধিপতিৰঃ

Staff Reporter by Staff Reporter
June 11, 2021
Reading Time: 1 min read
A A
0
বোকাখাতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ভুৱা ৰেচন কাৰ্ডধাৰীসকলক এক সপ্তাহৰ ভিতৰত চিনাক্ত কৰিবলৈ নিৰ্দেশ মহকুমাধিপতিৰঃ

RELATED POSTS

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

logo new 2 1 1 4 1 | ASSAM TIMES POST

অজন্তা তালুকদাৰ,

বোকাখাতঃ

 বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে আজি ৰাজহচক্ৰ বিষয়াক বোকাখাত মহকুমাৰ অন্তৰ্গত সুলভমূল্যৰ দোকানসমূহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অইন ২০১৩ ৰ অধীনত ৰেচন কাৰ্ড লাভ কৰি থকা ভুৱা তথা যোগ্যতাহীন হিতাধিকাৰীক চিনাক্ত কৰিবৰ বাবে গাওঁবুঢ়াসকলক সত্যাসত্য নিৰূপণৰ দায়িত্ব দিবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশ লাভ কৰাৰ ৭ দিনৰ ভিতৰত গাওঁবুঢ়া আৰু সুলভমূল্য দোকানীৰ স্বাক্ষৰিত সত্যাসত্য নিৰূপণ কৰা হিতাধিকাৰীৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত কোনো ভুৱা তথা যোগ্যতাহীন হিতাধিকাৰী যাতে উপকৃত নহয় সেইয়া সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

by News Desk
August 31, 2026
64
Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি
Assam

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

by News Desk
August 31, 2026
56
Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক
Assam

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

by News Desk
August 31, 2026
57
Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized

54
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

August 29, 2026
59
Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost

53
ADVERTISEMENT
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d