ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত চন্দ্ৰছিং টেৰণ হাই স্কুলৰ উদ্যোগত ‘স্বচ্ছতা পখৱাড়’ সজাগতা অভিযান

ASSAM TIMES POST by ASSAM TIMES POST
September 4, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

ডিফুঃ ভাৰত চৰকাৰৰ মানৱ উন্নয়ণ আৰু বিকাশ মন্ত্ৰালয়ৰ স্কুল, শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ নিৰ্দেশ মৰ্মে ১ ছেপ্তম্বৰৰ পৰা ১৫ ছেপ্তম্বৰলৈ পষেকজোৰা ‘ স্বচ্ছতা পখৱাড়া’ অভিযানৰ অংশ স্বৰুপে বুধবাৰে ডিফুৰ চন্দ্ৰ ছিং টেৰণ হাইস্কুলৰ উদ্যোগত স্থানীয় লোকৰ মাজত ‘স্বচ্ছতা পখৱাড়া’ৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

ডিফুৰ হৰিলাল বস্তিৰ মোফাজিল আলী বৰভূঁঞাৰ বাসগৃহত আৰু পানবাৰীত দুখনকৈ সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ সভাত চন্দ্ৰছিং টেৰণ হাইস্কুলৰ পৰা শিক্ষক ক্ৰমে নিত্যানন্দ বৰা, নিতাই দাস, ৰাম চন্দ্ৰ তিমুঙ, দেবাঙ্গন দত্ত, সোণালী তেৰাঙপী আৰু কাজিৰ ইংলেঙপী সমল ব্যক্তি হিচীপে উপস্থিত থাকি স্থানীয় জনসাধাৰণ আৰু ছাত্ৰ- ছাত্ৰীৰ মাজত চৌপাশৰ চাফ-চিকুণতা, নিৰ্দিষ্ট স্থানত জাঁবৰ-জোঠৰ পেলোৱা, পানীৰ অপচয় ৰোধ কৰি পানীৰ সদব্যৱহাৰ কৰাকে আদি কৰি স্বচ্ছতা সন্দৰ্ভত কেতবোৰ মূল্যবান দিহা-পৰামৰ্শ আগবঢ়ায়৷ উল্লেখযোগ্য যে ‘স্বচ্ছতা পখৱাড়া’ সজাগতা অভিযানত বিদ্যালয়েও অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

by Staff Reporter
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
ADVERTISEMENT
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT