নিউজ ডেস্কঃ
অসমবাসীৰ বাবে আন এটা দু:খবৰ। দিল্লীত কৰ্মৰত অসমীয়া সাংবাদিক অনিৰ্বাণ বৰাৰ কোভিডত মৃত্যু। এদিন পূৰ্বে কৰোনা পজিটিভ ৰিপোৰ্ট আহিছিল অনিৰ্বাণ দাসৰ।
অনিৰ্বাণ দাস দ্য ইকনমিক টাইমছৰ গ্ৰাফিক এডিটৰ আছিল। লগতে তেওঁ এগৰাকী কার্টুনিষ্ট হিচাপেও জনপ্ৰিয় আছিল।