ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰ’নাৰ দ্বিতীয় ঢৌত দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি জানো আহক

News Desk by News Desk
April 19, 2021
Reading Time: 1 min read
A A
0
ক’ৰ’নাৰ দ্বিতীয় ঢৌত দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি জানো আহক

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

দ্বিতীয় ঢৌত ক’ৰ’না সংক্রমণত জর্জৰিত মহাৰাষ্ট্র। মঙ্গলবাৰে মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেয়ে ৰাজ্যত ১৫ দিনৰ কার্ফিউ ঘোষণা কৰিছে। বুধবাৰে ৰাতি ৮ বজাৰপৰা আৰম্ভ হয় কার্ফিউ। বৰ্তমান ১ মে’ ৰাতিপুৱা ৭ বজাত এই কার্ফিউ শেষ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

corona4 | ASSAM TIMES POST

ইয়াৰ লগে লগে লক্‌ডাউনৰ পথৰপৰা আঁতৰা নাই মধ্যপ্রদেশো। মধ্যপ্ৰদেশ চৰকাৰে একেই বিধি-নিষেধ বলবৎ কৰি তাক ক’ৰ’না কার্ফিউ হিচাপে জাৰি কৰিছে। ৰাজ্যৰ ইন্দোৰ আৰু ভূপাল এই দুই চহৰত মহাৰাষ্ট্রৰপৰা অহা যাত্রীসকলৰ বাবে আৰটি-পিচিআৰ টেষ্ট বাঞ্ছনীয় কৰিছে ৷

corona5 | ASSAM TIMES POST

সাপ্তাহিক কার্ফিউ চলিছে দিল্লীতো। বাটপথ নিমাওমাও। বন্ধ দোকান-বজাৰ। বৃহস্পতিবাৰে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৰাজধানীত সাপ্তাহিক কার্ফিউ ঘোষণা কৰিছে। শুক্রবাৰে ৰাতি ১০বজাৰপৰা সোমবাৰে ৰাতিপুৱা ৬বজা পর্যন্ত চলিব কার্ফিউ।

সাপ্তাহিক কার্ফিউ চলিছে ৰাজস্থানতো। মুখ্যমন্ত্রী অশোক গেহলতে শুক্রবাৰে সন্ধিয়া ৬ বজাৰপৰা সোমবাৰে ৰাতিপুৱা ৫ বজা পর্যন্ত কার্ফিউ ঘোষণা কৰিছে ৷

corona3 | ASSAM TIMES POST

চণ্ডীগড়ত সাপ্তাহিক লক্‌ডাউন চলিছে। সদাব্যস্ত বাটপথৰ নিমাওমাও ছবিয়ে সোঁৱৰাই দিছে যোৱা লক্‌ডাউনৰ স্মৃতি। শুক্রবাৰে ৰাতি ১০ বজাৰপৰা সোমবাৰে পুৱা ৫ বজা পর্যন্ত এই লক্‌ডাউন ঘোষণা কৰিছে চণ্ডীগড় প্রশাসনে।

বাৰাণসীৰ চিত্রখন অৱশ্য অলপ বেলেগ। চৰকাৰী গাড়ীৰপৰা পানী ভৰাবলৈ জমা হোৱা দেখা গ’ল মানুহৰ মাজত। কাৰোৰে মুখত নাই মাস্ক। ১৮ এপ্রিল দেওবাৰে সমগ্ৰ উত্তৰপ্রদেশ জুৰি লক্‌ডাউন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। কেৱল পয়ঃপ্রণালী সংক্রান্তীয় কাম, চেনিটাইজেচন আৰু জৰুৰী পৰিসেৱাসমূহ অব্যাহত থাকিব বুলি জনাইছিল প্রশাসনে।

corona2 | ASSAM TIMES POST

ক’ৰ’নাক বাধা দিবলৈ পদক্ষেপ আগবঢ়াইছে কর্ণাটকেও ৷ শ শ ৰোগী ভৰ্তি হৈছে চিকিৎসালয়ত। পৰিস্থিতি সম্ভালিবলৈ যুঁজি আছে চিকিৎসালয়সমূহে। ৰাজধানী বেঙ্গালুৰুসহ মহিষূৰ, মাঙ্গালুৰু, কালবুর্গি, বিদাৰ, টুমকুৰ, উদাপি আৰু মণিপালত ৰাতি ১০ বজাৰপৰা পুৱা ৫ বজা পর্যন্ত চলিছে নাইট কার্ফিউ।

corona1 | ASSAM TIMES POST

যোৱা লক্‌ডাউনত দেশজুৰি প্ৰব্ৰজনকাৰী শ্রমিকসকলৰ দুর্দশা দেখিছিল সমগ্ৰ দেশবাসীয়ে। উত্তৰপ্রদেশ জুৰি লক্‌ডাউনৰ ফলত পুনৰ ৰাজ্য এৰিছে প্ৰব্ৰজনকাৰী শ্রমিকসকলে। মহাৰাষ্ট্র বা কেৰেলাৰপৰা আহিব লগা সকলো যাত্রীৰ বাবে যাত্রাৰ ৭২ ঘণ্টা পূৰ্বে RT-PCR পৰীক্ষা বাধ্যতামূলক কৰিছে উত্তৰপ্রদেশ চৰকাৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

by News Desk
May 30, 2026
50
Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ
National-International

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

by News Desk
May 30, 2026
50
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

by Staff Reporter
May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

by Staff Reporter
May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

by Staff Reporter
May 30, 2026
50
ADVERTISEMENT
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

May 30, 2026
50
Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ
National-International

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

May 30, 2026
50
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

May 30, 2026
Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx