ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

Staff Reporter by Staff Reporter
May 30, 2026
Reading Time: 1 min read
A A
0
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছচিয়ে (CBSE) দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ ফলাফলৰ পিছৰ সময়সূচীত বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। উত্তৰ বহীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে অনলাইন পৰ্টেল এতিয়া ১ জুন, ২০২৬ৰ পৰা মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

CBSE I
ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত:

চিবিএছইয়ে জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক স্বচ্ছ, সঠিক আৰু কাৰিকৰীভাৱে নিৰৱচ্ছিন্ন সেৱা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ব’ৰ্ডৰ দাবী যে বহু ছাত্ৰ-ছাত্ৰীয়ে ফলাফলৰ পিছৰ কাৰ্যকলাপ পৰ্টেলৰ জৰিয়তে আবেদন কৰে। সেয়েহে কোনো ধৰণৰ প্ৰযুক্তিগত ত্ৰুটি বা ছাৰ্ভাৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ বিশেষ গুৰুত্ব দিয়া হৈছে।

ব’ৰ্ডে লগতে কয় যে পৰ্টেলটোৰ মুকলিৰ তাৰিখ পিছুৱাই দিয়াৰ মূল উদ্দেশ্য হৈছে বেকএণ্ড ছিষ্টেম শক্তিশালী কৰা আৰু আবেদন প্ৰক্ৰিয়া মসৃণ কৰা। ইয়াৰ উপৰি এই সময়ছোৱাত প্ৰযুক্তিগত আন্তঃগাঁথনি উন্নত কৰা হ’ব, যাতে বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সহজে লগ-ইন কৰি একে সময়তে আবেদন কৰিব পাৰে।

যিসকল ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰত সন্তুষ্ট নহয় বা উত্তৰবহীৰ পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিব বিচাৰে, তেওঁলোকে ১ জুনৰ পৰা অফিচিয়েল প’ষ্ট-ৰিজাল্ট এক্টিভিটি পৰ্টেলত গৈ আবেদন কৰিব পাৰিব। ভুল তথ্য দিলে আবেদন নাকচ হোৱাৰ সম্ভাৱনা আছে।

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ব’ৰ্ডে এক বিশেষ সহায়ক সেৱাও আৰম্ভ কৰিছে। কোনো ধৰণৰ প্ৰশ্ন বা সমস্যাৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে চিবিএছইৰ টেলি কাউন্সেলিং হেল্পলাইন নম্বৰ ১৮০০ ১১ ৮০০৪ত যোগাযোগ কৰিব পাৰে।

ব’ৰ্ডে কয় যে ফলাফলৰ পিছৰ সেৱাত যাতে কোনো ধৰণৰ খেলিমেলি নহয় আৰু ছাত্ৰ-ছাত্ৰীসকলে দ্ৰুত সহায় লাভ কৰে তাৰ বাবে হেল্পলাইন আৰু ইমেইল সমৰ্থন আৰম্ভ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, প্ৰতি বছৰে ফলাফল প্ৰকাশৰ পিছত পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে বৃহৎসংখ্যক আবেদন লাভ কৰা হয়। গতিকে শক্তিশালী প্ৰযুক্তিগত ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে শেহতীয়াকৈ চিবিএছইয়ে ২০২৬ চনৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰিছে। তেতিয়াৰে পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে নম্বৰৰ পুনৰ মূল্যায়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আহিছে। এনে পৰিস্থিতিত ব’ৰ্ডৰ এই নতুন সিদ্ধান্তই প্ৰাৰ্থীসকলৰ বাবে অধিক সংগঠিত আৰু স্বচ্ছ সেৱা নিশ্চিত কৰিব বুলি বিশ্বাস কৰা হৈছে।

Tags: এক ডাঙৰ সিদ্ধান্তছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ
Share4Tweet3Send

Related Posts

Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

by Staff Reporter
May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

by Staff Reporter
May 30, 2026
50
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

by News Desk
May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

by News Desk
May 29, 2026
50
Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ
National-International

Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ

by News Desk
May 29, 2026
50
Illegal alcohol consumption : পুণেত অবৈধ সুৰা সেৱনৰ ফলত ৪৮ ঘণ্টাত ১৮ জন লোকৰ মৃত্যু
National-International

Illegal alcohol consumption : পুণেত অবৈধ সুৰা সেৱনৰ ফলত ৪৮ ঘণ্টাত ১৮ জন লোকৰ মৃত্যু

by News Desk
May 29, 2026
50
ADVERTISEMENT
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx