ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Staff Reporter by Staff Reporter
May 30, 2026
Reading Time: 1 min read
A A
0
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

ভূপালৰ বোৱাৰী ত্বিশা শৰ্মাৰ (Twisha Sharma death case) মৃত্যু ৰহস্য উদঘাটন কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তিনিটা মূল বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ২০ লাখ টকাৰ বিবাদ, তেওঁৰ মৃত্যুৰ আগৰ মুহূৰ্তবোৰৰ পুনৰ চিত্ৰায়ন আৰু নথি-পত্ৰৰ অমিল।

Twisha Sarma case I
ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া:

এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি, ২০ লাখ টকাৰ শ্বেয়াৰৰ তদন্ত কৰি আছে চিবিআয়ে। পৰিয়ালৰ অভিযোগ অনুসৰি, এই শ্বেয়াৰ ত্বিশাৰ নামত আছিল আৰু শাহুৱেক গিৰিবালা আৰু স্বামী সমৰ্থ সিঙে সেয়া তেওঁলোকৰ নামত বদলি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ভূপাল আৰক্ষীৰ পৰা তদন্তৰ দায়িত্ব লোৱাৰ পিছত চিবিআয়ে নতুনকৈ এফআইআৰ ৰুজু কৰিছে।

উক্ত এফআইআৰ অনুসৰি বিয়াৰ পিছত ত্বিশাৰ বিদায় অনুষ্ঠানৰ সময়ত গিৰিবালাই ২ লাখ টকা দাবী কৰিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। চিবিআয়ে উদ্ধাৰ কৰা ডিজিটেল প্ৰমাণৰ পৰা পোহৰলৈ আহিছে যে ত্বিশা গৰ্ভৱতী হোৱাৰ পিছত শহুৰেকে পিতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

কেৱল সেয়াই নহয়, পৰিকল্পিতভাৱে গৰ্ভপাত কৰিবলৈ তেওঁক হেঁচা দিয়া হৈছিল। অৱশ্যে গিৰিবালাই দাবী কৰিছিল যে ত্বিশা গৰ্ভৱতী হোৱাত সুখী নাছিল। তেওঁ গৰ্ভপাত কৰিব বিচাৰিছিল। চিবিআয়ে ‘টানেল ভিউ’ৰ জৰিয়তে ত্বিশাৰ মৃত্যুৰ পূৰ্বে ঘটা ঘটনাক পুনৰ নিৰ্মাণৰ চেষ্টা চলাইছে।

এই প্ৰক্ৰিয়াৰ জৰিয়তে বহু কথা স্পষ্ট হ’ব আৰু বহু গুৰুত্বপূৰ্ণ তথ্য পোৱা যাব বুলি তদন্তকাৰীয়ে আশা কৰিছে। কেৱল সেয়াই নহয়, সূত্ৰ মতে, ত্বিশাৰ লগত কোনো ধৰণৰ জোৰ-জবৰদস্তি হৈছিল নেকি এই ঘটনাৰ আঁৰত কোনো পৰিকল্পিত ষড়যন্ত্ৰ আছিল, সেই কথা ঘটনাৰ ডিজিটেল পুনৰ্গঠনৰ জৰিয়তে তদন্তকাৰীৰ আগত স্পষ্ট হৈ পৰিব। ডিজিটেল পুনৰ্গঠনৰ এই পদ্ধতিটো হ’ল ‘টানেল ভিউ’।

এই প্ৰক্ৰিয়াত চিচিটিভি ফুটেজ, ৱাইফাই লগ, মোবাইল টাৱাৰৰ স্থান, স্মাৰ্ট ডিভাইচৰ ডাটা, কল ৰেকৰ্ড পৰীক্ষা কৰা হয়। তদন্তকাৰীয়ে ইয়াৰ পৰা লাভ কৰা তথ্যসমূহ ভালদৰে পৰ্যালোচনা কৰি ১২ মে’ৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ চেষ্টা চলাইছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ত্বিশাৰ শেষ ফোনটো আছিল তেওঁৰ পিতৃ আৰু পৰিয়াললৈ। তেওঁৰ পিতৃয়ে কয় যে ত্বিশাই ফোনত কৈছিল যে তেওঁ আবদ্ধ হৈ আছে। ত্বিশাৰ পিতৃয়েও ফোনত সমৰ্থৰ মাত শুনে। ইয়াৰ পিছত লাইনটো বিচ্ছিন্ন হৈ পৰে।

স্থানীয় আৰক্ষীৰ প্ৰাথমিক নথি-পত্ৰত থকা কিছু অনিয়ম চিবিআয়ে তীক্ষ্ণভাৱে পৰীক্ষা কৰি আছে। প্ৰতিবেদন অনুসৰি, ত্বিশাৰ প্ৰকৃত উচ্চতা সন্দৰ্ভত চৰকাৰী নথি-পত্ৰত স্পষ্ট অমিল দেখা গৈছে। তদন্তকাৰীয়ে তদন্ত কৰি আছে যে এইটো ‘ক্লাৰিকেল এৰ’ৰ’ নে লিখাৰ ত্ৰুটি, নে হেঁচাত এই কাম কৰা হৈছে।

প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত্যুৰ কাৰণ ফাঁচি বুলি উল্লেখ কৰা হৈছে। অৱশ্যে ত্বিশাৰ শৰীৰত একাধিক আঘাতৰ চিন আছিল। অনুমান কৰা হৈছে যে তেওঁক এক ভোতা অস্ত্ৰৰে আঘাত কৰা হৈছিল। সেই বিষয়টোও চিবিআইৰ তদাৰকত আছে।

Tags: তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়াত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰসন্ধানত চিবিআই
Share4Tweet3Send

Related Posts

Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

by Staff Reporter
May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

by Staff Reporter
May 30, 2026
50
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

by News Desk
May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

by News Desk
May 29, 2026
50
Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ
National-International

Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ

by News Desk
May 29, 2026
50
Illegal alcohol consumption : পুণেত অবৈধ সুৰা সেৱনৰ ফলত ৪৮ ঘণ্টাত ১৮ জন লোকৰ মৃত্যু
National-International

Illegal alcohol consumption : পুণেত অবৈধ সুৰা সেৱনৰ ফলত ৪৮ ঘণ্টাত ১৮ জন লোকৰ মৃত্যু

by News Desk
May 29, 2026
50
ADVERTISEMENT
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx