ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহামাৰী শেষ হ’বলৈ এতিয়াও বহু সময় বাকী, জনালে WHO-য়ে:

ASSAM TIMES POST by ASSAM TIMES POST
April 14, 2021
Reading Time: 1 min read
A A
0
মহামাৰী শেষ হ’বলৈ এতিয়াও বহু সময় বাকী, জনালে WHO-য়ে:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

নিউজ ডেক্স:

ক’ভিড-১৯ ক্রমশঃ নিয়ন্ত্রণৰ ভিতৰলৈ আহিছে বুলি যি ধাৰণা কৰা হৈছিল, দেখা গৈছে পৰিস্থিতি তেনে নহয়। পৃথিৱী জুৰি বহু দেশত ক’ভিড-পৰিস্থিতি যথেষ্ট বেয়া হৈ পৰিছে। ঠিক এই সময়তেই WHO-এ জানিবলৈ দিলে, মহামাৰী শেষ হ’বলৈ এতিয়াও বহু সময় বাকী।

WHO-ৰ প্রধান টেড্ৰ’ছ এধানম ঘেব্ৰেয়েছাছে কৈছে, মহামাৰীক ইমান সোনকালে নিঃশেষ কৰিব পৰা নাযাব। বিশ্ব জুৰি ৭৮০ মিলিয়নৰো অধিক টিকাকৰণ হৈ গ’লেও সংক্রমিতৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি উদ্বেগ প্রকাশ কৰিছে WHO-এ।

WHO ৰ তৰফৰপৰা জনোৱা হৈছে, এছিয়া আৰু মধ্যপ্রাচ্যৰ বিভিন্ন দেশত ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে। জেনেভাত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি টেড্ৰ’ছ এধানম ঘেব্ৰেয়েছাছে কৈছে- বিশ্ব জুৰি ক্ৰমশঃ ৭ সপ্তাহ ধৰি বৃদ্ধি পাইছে ক’ৰ’নাভাইৰাছৰ সংক্রমণ। ক্ৰমশঃ ৪ সপ্তাহ ধৰি বৃদ্ধি পাইছে ক’ভিডৰ কাৰণে মৃত্যুৰ সংখ্যাও। সেয়ে সচেতন হোৱা জৰুৰী।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)এ জনালে, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বিশ্ব জুৰি ক্ৰমশঃ ৬ সপ্তাহ ধৰি ক’ৰ’না ভাইৰাছত আক্রান্ত হোৱাৰ সংখ্যা কমিছিল ৷ কিন্তু যোৱা ৭ সপ্তাহ ধৰি দেখা গৈছে ইয়াৰ ওলোটা দৃশ্য। সেয়ে টিকা গ্ৰহণৰ লজতে এতিয়াও মাস্ক ব্যৱহাৰ কৰিব লাগিব, চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। এইসমূহ অতি গুৰুত্বপূৰ্ণ বিষয় ৷

Tags: featured3
Share4Tweet3Send

Related Posts

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

by News Desk
May 30, 2026
50
Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ
National-International

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

by News Desk
May 30, 2026
50
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

by Staff Reporter
May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

by Staff Reporter
May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

by Staff Reporter
May 30, 2026
50
ADVERTISEMENT
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

May 30, 2026
50
Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ
National-International

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

May 30, 2026
50
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

May 30, 2026
Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT