ASSAM TIMES POST
নতুন দিল্লীঃ কাশ্মীৰ প্ৰসংগত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কৈ কাৰেন্টৰ শ্বক খাবলগীয়া হয় পাকিস্তানৰ ৰেলমন্ত্ৰী শ্বেইখ ৰছিদে। সম্প্ৰতি ইয়াৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শ্বক খায়েই মন্ত্ৰীজনে ধৰফৰাই যদিও তেওঁ পুনৰ ভাষণ দিবলৈ আৰম্ভ কৰে।











