ASSAM TIMES POST
নতুন দিল্লীঃ অহা ৩ বছৰত দেশত নতুনকৈ ৭৫ খন মেডিকেল কলেজ স্থাপন কৰা হ’ব। ইয়াত ব্যয় হ’ব ২৪ হাজাৰ ৩৭৫ কোটি টকা।
বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্ত লোৱা হয়।
কেবিনেটৰ সিদ্ধান্তৰ কথা অৱগত কৰে পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে।












