ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৩৭ জনকৈ ব্যক্তি ৷
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭গৰাকী নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,১৭,১৬১ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮৭৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২,১৪২৮৫ গৰাকী ব্যক্তি।আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত কোনো লোকৰ কোৰোনাত মৃত্যু হোৱা নাই ।












