লংকাৰ পৰা মনোজ কুমাৰ পাঠক
সমগ্ৰ দেশৰ লগতে হোজাই জিলাৰ শংকৰদেৱ নগৰত কছাৰী মদ্যামত হোজাই জিলা প্ৰশাসনে উদযাপন কৰিছে ৭২ সংখ্যক গণৰাজ্য দিৱস। বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰি গণৰাজ্য দিৱস উদযাপন কৰে। পোৱা ৯ বজাত পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ডাঃ সদনেক সিং। সম্পুৰ্ণ ক’ভিড পট’কল মানি ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে।