ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৰলাংফেৰত বিধৱা মহিলাক ধৰ্ষণৰ অভিযোগত ৰঙা ঘৰৰ আলহী এজন

News Desk by News Desk
December 6, 2020
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কিছু নিলগৰ বৰলাংফেৰ থানা এলেকাত সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড ৷ এগৰাকী তিনি সন্তানৰ মাতৃ লগতে বিধৱা মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে উৎপল মজুমদাৰ নামৰ এজন লোক ৷ ধৰ্ষিতা মহিলা গৰাকীৰ অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া ৭-৩০ বজাত উৎপল মজুমদাৰে তেওঁৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি তাইক বলপূৰ্বক ধৰ্ষণ কৰি পলাই যায় ৷

জানিব পৰা মতে ধৰ্ষিতা মহিলাগৰাকীৰ স্বামী তিনিমাহ পূৰ্বে তেওঁৰ লগতে তিনিটা সন্তান ইহসংসাৰত এৰি স্বৰ্গবাসী হৈছে ৷ এই সন্দৰ্ভত ধৰ্ষিতাৰ বৰলাংফেৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ ধৰ্ষিতাৰ এজাহাৰৰ ভিত্তিত বৰলাংফেৰ আৰক্ষীয়ে উৎপল মজুমদাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ এইলৈ বৰলাংফেৰ থানাত 9/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 448/376-ত গোছৰ ৰুজো দি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
ADVERTISEMENT
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx