ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গৃহমন্ত্ৰী অমিত শ্বাহৰ স্পৰ্শত ৰাষ্ট্ৰীয় ৰাজধানীত কাৰ্বি-ডিমাছা ভৱনৰ শিলান্যাস

ASSAM TIMES POST by ASSAM TIMES POST
August 19, 2019
Reading Time: 1 min read
A A
0
গৃহমন্ত্ৰী অমিত শ্বাহৰ স্পৰ্শত ৰাষ্ট্ৰীয় ৰাজধানীত কাৰ্বি-ডিমাছা ভৱনৰ শিলান্যাস

নতুন দিল্লীত কাৰ্বি-ডিমাছা ভৱন নিৰ্মাণেৰে বিশ্বৰ দৰবাৰত জনজাতীয় ঐতিহ্য-সংস্কৃতিয়ে নতুন পৰিচয় লাভ কৰিবঃ অমিত শ্বাহ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ll নতুন দিল্লীৰ পৰা কামৰুল খান ll

সোমবাৰে ১৩০ কোটি টকা ব্যয় সাপেক্ষে  দেশৰ ৰাজধানী নতুন দিল্লীত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্বি আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন কৰি আন এক ইতিহাস ৰচনা কৰিলে৷

https://youtu.be/4q_2YoA4Fh8

নতুন দিল্লীৰ দ্বাৰকাৰ ১৩ নং ছেক্টৰৰ ১১ আৰু ১২ নং প্লটত অসমৰ দুই পাৰ্বত্য জিলা ক্ৰমে, কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবে কাৰ্বি আৰু ডিমাছা ভৱনৰ আধাৰশিলা স্থাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰসংগত কয় যে ভৱনৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী সামান্য হ’লেও আধাৰশিলাৰ অন্তৰালত থকা কাৰ্বি আৰু ডিমাছাসকলৰ ভাৱনাক শ্ৰদ্ধা জনোৱাটো তেওঁৰ বাবে অধিক মহত্বপূৰ্ণ৷

3 1 | ASSAM TIMES POST

জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ টানি আনি তেওঁ কয় যে নৰেন্দ্ৰ মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাঙ্গীন বিকাশত গুৰুত্ব দি আহিছে৷ সন্ত্ৰাস জৰ্জৰিত উত্তৰ- পূৰ্বাঞ্চলত বিকাশৰ গংগা বোৱাই বাটপথৰ পৰা আৰম্ভ কৰি শিক্ষা, চিকিৎসা, বাণিজ্য আদি সকলো দিশতে আমোল পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছে৷

2 1 | ASSAM TIMES POST

দেশৰ ৰাজধানী নতুন দিল্লীত কাৰ্বি আৰু  ডিমাছা ভৱন নিৰ্মাণে বিশ্বৰ মানচিত্ৰত  কাৰ্বি-ডিমাছাসকলৰ ঐতিহ্য আৰু সংস্কৃতিয়ে এক নতুন পৰিচয় লাভ কৰিব৷ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বনজ সম্পদৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰক অঞ্চলটোত ঔষধি গৱেষণা কেন্দ্ৰ খুলিবলৈ আহ্বান জনায় গৃহমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰোপৰি কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ উপস্থিতিত গৃহমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলত বহুতো জনকল্যাণমূলক আঁচনি ৰূপায়ণ হৈ থকা বুলি জানিবলৈ দি উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ ভাৰতৰ গৌৰৱ বুলি উদাত্ত ভাষণ প্ৰদান কৰে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উচ্চ প্ৰশংসা কৰি কয় যে দুয়োগৰাকী শীৰ্ষ নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে মানিলৈ বিকাশমুখী সকলো পদক্ষেপেই গ্ৰহণ কৰিছে৷ ইয়াৰোপৰি দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ্থে জম্মু- কাশ্মীৰৰপৰা ৩৭০ ধাৰাক বিদায় দিয়া কাৰ্যৰ বাবে গৃহমন্ত্ৰীগৰাকীক বাহাদুৰ আখ্যা দিয়ে৷  

4 1 | ASSAM TIMES POST

ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিজৰ চমু ভাষণত কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ ভৱিষ্যতলৈ এনেদৰে পূৰ্বাঞ্চলৰ লগতে অসম তথা পাৰ্বত্য জিলাখনৰ উন্নয়নমূলক কাম-কাজত সহায়-সহযোগিতা আগবঢ়াই যাবলৈ আহ্বান জনায়৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাঙ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, পৰিষদ দুখনৰৰ উপাধ্যক্ষ, ইএম, এমএচি আৰু এমএলএ সকল উপস্থিত থাকে৷

উল্লেখ্য কাৰ্বি ভৱন (কাৰ্বি হেমটুন) নিৰ্মাণত ব্যয় হ’ব ১০০ কোটি টকা। ইয়াৰে ৮৫ কোটি টকা গৃহ নিৰ্মাণ, ১৫ কোটি টকা আচবাব আৰু আভ্যন্তৰীণ সাজ-সজ্জাত ব্যৱহৃত হ’ব। অহা দুবছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। এয়া হৈ উঠিলে পাহাৰীয়া জিলা দুখনৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকল উপকৃত হ’ব।

প্ৰসংগক্ৰমে অঞ্চলটোৰ উন্নয়নৰ বাবে হোৱা বুজাবুজিৰ চুক্তি অনুসৰি অনুমোদিত আৰ্থিক পেকেজৰ এটা অংশৰে এই ভৱন নিৰ্মাণত ব্যয় কৰা হৈছে। মন কৰিবলগীয়া যে পূৰ্বৰ সশস্ত্ৰ সংগঠন ইউনাইটেড পিপুলছ ডেমক্ৰেটিক ছ’লিডাৰী (ইউপিডিএছ), ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত উক্ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।   

Share14Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx