ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সৰ্বত্ৰে মহাষষ্ঠীৰ উৎসাহ-উদ্দীপনা। কিন্তু কালিৰ সেই দিনটোতেই এজন প্ৰতিভাৱান খেলুৱৈয়ে মৃত্যু সাৱটিবলগীয়া হয়।
https://www.facebook.com/watch/?v=678245969778646
বোকাজানাৰ জাপৰাজাপ খেলপথাৰত ভলীবল খেলি থকা সময়ছোৱাত জাকাৰকিয়া ইন্দ নামৰ খেলুৱৈ গৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। প্ৰয়াত খেলুৱৈ গৰাকী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় বিধায়ক ডাঃ নোমল মমিনে।













