ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কিমান দূৰ আগবাঢ়িছে নগা চুক্তি! কি পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই?

ASSAM TIMES POST by ASSAM TIMES POST
October 13, 2020
Reading Time: 1 min read
A A
0
কিমান দূৰ আগবাঢ়িছে নগা চুক্তি! কি পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই?

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

নিউজ ডেক্স:

নগা চূড়ান্ত চুক্তি তথা NSCN-IM আৰু সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGs ৰ মাজৰ বৈষম্যক দূৰ কৰাৰ স্বাৰ্থত এক বিশেষ পন্থা হাতত লৈছে NEDA ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মূখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’য়ে।

নগা সশস্ত্ৰ সংগঠন NSCN-IMক চুক্তিৰ বাবে সৈমান কৰোৱা লগতে অখণ্ড ভাৰত অটুট ৰখোৱাৰ ব্লুপ্ৰিন্ট কাৰ্যকৰী কৰিবৰ বাবে কেন্দ্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ দায়িত্ব অৰ্পণ কৰিছিল হিমন্ত বিশ্বক। ইয়াৰ উপৰিও নাগালেণ্ডৰ মূখ্যমন্ত্ৰী নেফিঅ’ৰ সৈতেও হিমন্ত বিশ্বক কাম কৰা নিৰ্দ্দেশ দিছিল অমিত শ্বাহে।

এই পৰিপ্ৰেক্ষিততে, নেফিঅ’ ৰিঅ’ই ১৫ অক্টোবৰত আহ্বান কৰিছে সৰ্বদলীয় বৈঠক৷ কহিমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হ’ব এই বৈঠকৰ৷ মুখ্যমন্ত্ৰী ৰিঅ’ৰ আহ্বানক্ৰমে অনুষ্ঠিত হ’বলগীয়া বৈঠকত নগা সমাজৰ সকলো সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে৷

নগালেণ্ড গাঁওবুঢ়া ফেডাৰেচন, নগা মাদাৰ্ছ এছ’চিয়েচন, নগা ষ্টুডেণ্ট ফেডাৰেচন, ENPO আদি সকলো সংগঠন প্ৰস্তাৱিত বৈঠকত উপস্থিত থাকিব৷ মুখ্যত NSCN-IM আৰু NNPGsক একেখন চুক্তিত স্বাক্ষৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু নেফিঅ’ ৰিঅ’ই প্ৰচেষ্টা চলোৱাৰ বাবেই পোন্ধৰ অক্টোবৰৰ বৈঠকখন আয়োজন কৰা হৈছে৷ কিন্তু এইপৰ্যন্ত NSCN-IM–এ পৃথক পতাকা আৰু পৃথক সংবিধান অবিহনে ভাৰত চৰকাৰৰ সৈতে চুক্তি কৰিবলৈ সৈমান হোৱা নাই৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
ADVERTISEMENT
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx