ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বােকাজানত আন্তর্জাতিক কন্যা শিশু দিৱস পালন:

ASSAM TIMES POST by ASSAM TIMES POST
October 11, 2020
Reading Time: 1 min read
A A
0
বােকাজানত আন্তর্জাতিক কন্যা শিশু দিৱস পালন:

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু :বােকাজাৰ বিলপথাৰ ৱাৰিৱৰছ গ্ৰুপৰ উদ্যোগত আজি বিলপথাৰত বিস্তৃত কার্যসূচীৰে কন্যাশিশু দিৱস পালন কৰা হয়। উক্ত কার্যসূচীৰ অংশ হিচাপে এলেকাটোৰ ভালেসংখ্যক কন্যা শিশু, কিশােৰী, মহিলাই একত্রিতভাবে মহিলা তথা কন্যা শিশুৰ ওপৰত ক্রমাগত হাৰত বৃদ্ধি পাই অহা নির্যাতনৰ ঘটনাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে।

| ASSAM TIMES POSTঅংশগ্রহণকাৰী সকলে হাতে হাতে ‘নাৰী ঘৰৰ লখিমীয়েই নহয় দেশৰ ধৰণীও, সেয়ে নাৰী সুৰক্ষিত মানে দেশ সুৰক্ষিত, আমি গণতান্ত্রিক দেশৰ ভাৰতীয় নাৰী আমি ৰক্ষিতা, শােষিত, অৱদমিত,নিঃশেষিত নহয় আমাৰাে আছে আইন, আমাৰো আছে ন্যায়’, বহুত হল ধর্ষণ, হত্যা, এতিয়া আৰু নহব৷

| ASSAM TIMES POSTজাগ্রত হােৱা নাৰীশক্তি, ধর্ষণকাৰী নিঃশেষ কৰিবৰ হল, নাৰীয়েই শক্তি, নাৰীয়েই সৃষ্টি, নাৰীয়েই জগতৰ ্ষ্টায নাৰী অবিহনে নাই কোনাে জীৱ সৃষ্টিৰ ক্ষমতা, নাৰী সৃষ্টিৰ শলিতা, নাৰীক নকৰিব কলংকিতা, নাৰী পণ্য সামগ্রী নহয়, নাৰী আপােনাৰ দৈহিক তৃপ্তিৰ উৎস নহয় বন্ধ কৰক ধর্ষণ, নির্যাতন, সতীত্ব বজাই ৰাখক নিজৰ’ আদি বিভিন্ন শ্ল’গান সম্বলিত প্লে-কার্ড প্রদর্শন কৰি নাৰী আৰু শিশুকন্যা নির্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্রয়াস কৰে ।

প্রসংগক্রমে উল্লেখযােগা যে, অলপতে উত্তৰ প্রদেশৰ হথ্রাছৰ দলবদ্ধ ধর্ষণৰ ঘটনাৰ পিছতে গঠন হোৱা ৱাৰিৱৰছ গ্রুপ শীর্ষক গােটটোৱে বিগত সময়ছােৱাত নাৰীৰ অধিকাৰ
সম্পর্কীয় বিষয়ত সৰৱ ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx