ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডকমকাত সহযােগ অসমৰ উদ্যোগত ডাইনী সম্পর্কীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান:

ASSAM TIMES POST by ASSAM TIMES POST
October 11, 2020
Reading Time: 1 min read
A A
0
ডকমকাত সহযােগ অসমৰ উদ্যোগত ডাইনী সম্পর্কীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান:

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : ডাইনীৰ সন্দেহত একাংশ উন্মত্ত লােকে যােৱা ত্রিশ ছেপ্টেম্বৰত কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ৰহিমাপুৰত দুজন নিৰীহ লােকক কোবাই কোবাই নৃশংসভাবে হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে কালিৰে পৰা এলেকাটোত সহযােগ অসম’ শীর্ষক বে-চৰকাৰী সংস্থাটোৰ উদ্যোগত ডাইনী সম্পর্কীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে এলানি সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

index 45 | ASSAM TIMES POSTস্থানীয় কেইবাগৰাকী বিশিষ্ট লােকৰ সহযােগত সংস্থাটোৱে এনে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে কালি বিয়লি ডকমকা থানাৰ স্থায়ী সভাপতি নির্মল বৰাৰ সভাপতিত্বত এখনি ৰাজহুৱা সভাও অনুষ্ঠিত কৰে।

উক্ত সভাত সহযােগ অসমৰ অধ্যক্ষা পূৰবী বৰুৱা আৰু কার্যকৰী সদস্যা ইনু শর্মাই ভাষণ প্রদান কৰি গাঁওবাসীক এখন অন্ধবিশ্বাসমুক্ত সমাজ গঢ়াৰ আহ্বান জনায়। অন্ধ বিশ্বাসৰ বিভিন্ন কাৰক সম্পর্কে ব্যাখ্যা আগবঢোৱাৰ লগতে বৈজ্ঞানিক মানসিকতাৰে নিজকে গঢ় দিয়াৰ বাবে সকলােকে আহ্বান জনায়।

লগতে সংস্থাটোৰ তৰফৰ পৰা যােবা বছৰৰ পৰা কার্যকৰী হােৱা ডাইনী হত্যা ৰােধকৰণ আইন সম্পর্কেও বিস্তৃত ব্যাখ্যা আগবঢ়ায়। আজি সংস্থাটোৰ উদ্যোগত ডকমকাৰ পাণজুৰি গাঁৱতাে অনুৰূপ এক কার্যসূচী ৰূপায়ণ কৰা হয়।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx